ETV Bharat / state

ডিব্ৰুগড়ত আৱৰ্জনাৰ মাজত উদ্ধাৰ তিনিটা নৱজাতকৰ মৃতদেহ

author img

By

Published : Nov 26, 2019, 5:55 PM IST

অবৈধ পিতৃ অথবা মাতৃত্বৰ বোজা লুকাবলৈয়ে কোনো লোকে এনেদৰে নৱজাতকৰ মৃতদেহ সমূহ পেলাই যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

ডিব্ৰুগড়ত পুনৰ লজ্জাজনক ঘটনা
ডিব্ৰুগড়ত পুনৰ লজ্জাজনক ঘটনা, আৱৰ্জনাত তিনিটা নৱজাতকৰ মৃতদেহ

ডিব্ৰুগড়, 26 নৱেম্বৰ: ডিব্ৰুগড়ত পুনৰ মানৱ সমাজক লজ্জাজনত কৰা ঘটনা ৷ এটি দুটি নহয় এইবাৰ তিনিটাকৈ সদ্যজাতক পেলাই যোৱা হ'ল আৱৰ্জনাৰ মাজত ৷ উজনিৰ বৌদ্ধিক প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড়তেই এই জঘন্য, অৱৰ্ণনীয় ঘটনা ।

মঙলবাৰে পুৱাই চহৰৰ সেউজপুৰ তিনিআলিৰ পৰা অসম চিকিৎসা মহাবিদ্যালয় সংযোগী নতুনকৈ মুকলি কৰা পথৰ কাষত পেলাই থোৱা তিনিটাকৈ সদ্যজাতকৰ নিঠৰ দেহ প্ৰত্যক্ষ কৰে পদপথৰ স্থানীয় লোকে । ইয়াৰে এটি নৱজাতকৰ মৃতদেহ কুকুৰ কাউৰীয়ে ভক্ষণ কৰাত ক্ষত-বিক্ষত হৈ পৰে । স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত মৃতদেহ কেইটা উদ্ধাৰ কৰি সেই স্থানৰ পৰা লৈ যায় ৷

আৱৰ্জনাত উদ্ধাৰ তিনিটা নৱজাতকৰ মৃতদেহ

অবৈধ পিতৃ অথবা মাতৃত্বৰ বোজা লুকাবলৈয়ে কোনো লোকে এনেদৰে নৱজাতকৰ মৃতদেহ সমূহ পেলাই যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

ডিব্ৰুগড়, 26 নৱেম্বৰ: ডিব্ৰুগড়ত পুনৰ মানৱ সমাজক লজ্জাজনত কৰা ঘটনা ৷ এটি দুটি নহয় এইবাৰ তিনিটাকৈ সদ্যজাতক পেলাই যোৱা হ'ল আৱৰ্জনাৰ মাজত ৷ উজনিৰ বৌদ্ধিক প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড়তেই এই জঘন্য, অৱৰ্ণনীয় ঘটনা ।

মঙলবাৰে পুৱাই চহৰৰ সেউজপুৰ তিনিআলিৰ পৰা অসম চিকিৎসা মহাবিদ্যালয় সংযোগী নতুনকৈ মুকলি কৰা পথৰ কাষত পেলাই থোৱা তিনিটাকৈ সদ্যজাতকৰ নিঠৰ দেহ প্ৰত্যক্ষ কৰে পদপথৰ স্থানীয় লোকে । ইয়াৰে এটি নৱজাতকৰ মৃতদেহ কুকুৰ কাউৰীয়ে ভক্ষণ কৰাত ক্ষত-বিক্ষত হৈ পৰে । স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত মৃতদেহ কেইটা উদ্ধাৰ কৰি সেই স্থানৰ পৰা লৈ যায় ৷

আৱৰ্জনাত উদ্ধাৰ তিনিটা নৱজাতকৰ মৃতদেহ

অবৈধ পিতৃ অথবা মাতৃত্বৰ বোজা লুকাবলৈয়ে কোনো লোকে এনেদৰে নৱজাতকৰ মৃতদেহ সমূহ পেলাই যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

Intro:ভাষাৰে বিবৰণ হয়তো দিব পৰা নাযাব।নিৰ্দয়ী,নিকৃষ্ট,নিৰ্লজ্জ শব্দবোৰকো যেন একেকোবে ধূলিসাৎ কৰা এই কাণ্ড।
মানৱতা শব্দটোক গচকি যেন খণ্ড-বিখণ্ড কৰি গ'ল এইখন ছবিয়ে।ইয়াৰ আগত
বিভৎস্য, ভু-লুন্ঠিত শব্দবোৰো শূণ্য।
এটি দুটি নহয় এইবাৰ তিনিটা সদ্যজাতক পেলাই যোৱা হ'ল আবৰ্জনাৰ মাজত।উজনিৰ বৌদ্ধিকতাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড়তেই এই জঘন্য, অবৰ্ণনীয় ঘটনা।

মঙ্গলবাৰে পুৱা
চহৰৰ সেইজপুৰ তিনিআলিৰ পৰা অসম চিকিৎসা মহাবিদ্যালয় সংযোগী নতুনকৈ মুকলি কৰা পথৰ কাষৰ এটা ফ্লেটৰ সন্মূখত পেলাই থোৱা তিনিটাকৈ সদ্যজাতকৰ নিঠৰ দেহ প্ৰত্যক্ষ কৰে বাতৰুৱাই।ইয়াৰে এটি দেহ কুকুৰ কাউৰীয়ে ভক্ষণ কৰাত ক্ষত-বিক্ষত কৰে ।
পাছত আৰক্ষীয়ে দেহকেইটা উঠাই লৈ যায়।

Byte:স্থানীয়

কলংকিত নহওঁক নিজৰ পৰিচয়,
লাগিলে তাৰ কাৰণে এটি নিষ্পাপ নিৰ্বোধ দেৱ প্ৰাণকে দলিয়াই দিয়া যাওঁক আবৰ্জনালৈ।


এনেকৈয়ে
ক'ৰ পৰা আহিল ?কিয়
আহিল প্ৰশ্নৰ সন্ধান মনলৈ অহাৰ সমান্তৰালকৈ আন এটা প্ৰশ্নই আপোনাৰ বুকু কঁপাই নিশ্চয় সুধিছে,পেলাই যোৱা জন মানুহনে?
কোন ইমান দয়াহীন নিষ্ঠুৰ?
কিন্তু এইয়াই সত্য, এইয়াই একবিংশ শতিকাৰ ভদ্ৰ মানৱ সমাজ।Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.