ETV Bharat / state

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠ - গুৱাহাটী

শুকুৰবাৰে বগৰীবাৰী আৰক্ষীয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মহামায়াত অভিযান চলাই জব্দ কৰে ট্ৰাক ভৰ্তি চেগুন কাঠৰ কুণ্ডা ৷ গুৱাহাটীৰ পৰা কলকাতালৈ কঢ়িয়াই নিয়া অৱস্থাতে আৰক্ষীয়ে উদ্ধাৰ কৰে কাঠসমূহ ৷

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ চৈধ্য লক্ষাধিক টকাৰ চোৰাং কাঠ
author img

By

Published : May 3, 2019, 9:59 PM IST

বিলাসীপাৰা,৩ মে' : ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় | নিতৌ বহি: ৰাজ্যলৈ চালান হয় চোৰাং শাল, চেগুন কাঠ শুকুৰবাৰে বগৰীবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মহামায়াত অভিযান চলাই জব্দ কৰে ট্ৰাক ভৰ্তি চেগুন কাঠৰ কুণ্ডা । আৰক্ষীৰ এই অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ আটক হয় ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন ।

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ চৈধ্য লক্ষাধিক টকাৰ চোৰাং কাঠ

পিচত স্থানীয় বন বিভাগৰ দ্বাৰা জব্দকৃত চোৰাং কাঠসমূহৰ সঠিক জৰীপ উলিয়াই নিজাববীয়াকৈ গোচৰ ৰুজু কৰে আৰক্ষীয়ে | ইতিমধ্যে জব্দকৃত কাঠ সমূহৰ আনুমানিক মূল্য চৈধ্য লক্ষাধিক টকা বুলি জানিব পৰা গৈছে | উল্লেখ্য যে UP 21 AN - 2554 নম্বৰ ট্ৰাকখনেৰে কঢ়িয়াই অনা চোৰাং কাঠৰ কুণ্ডাসমূহ গুৱাহাটীৰ পৰা কলকাতালৈ কঢ়িয়াই নিয়া অৱস্থাতে উদ্ধাৰ কৰে আৰক্ষীয়ে |

Intro:A. I ৰাজ্যত অব্যাহত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় | নিতৌ বহি: ৰাজ্যলৈ চালান হয় চোৰাং শাল, চেগুন কাঠ | বিলাসীপাৰাৰ বগৰীবাৰী আৰক্ষীৰ অভিযানত পুনৰবাৰ প্ৰতিপন্ন হল চোৰাং কাঠৰ ব্যৱসায়ৰ তথ্য | উল্লেখ্য যে বগৰীবাৰী আৰক্ষীৰয়ে গোপন সুত্ৰৰ পম খেদি শুক্ৰবাৰে চলায় এক অভিযান | অভিযান ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মহামায়াত ১২ চকীয়া ট্ৰাক ভৰ্তি চেগুন কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় | আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠ সহ আটক হয় ট্ৰাক খনৰ চালক হেণ্ডিমেন |Body:পিছত স্থানীয় বন বিভাগৰ দ্বাৰা জব্দকৃত চোৰাং কাঠ সমূহৰ সঠিক জৰীপ উলিয়াই নিজাববীয়া কা গোচৰ ৰুজু কৰে আৰক্ষীয়ে | জব্দকৃত কাঠ সমূহৰ আনুমানিক মুল্য চৈধ্য লক্ষাধিক টকা হব বুলি জানিব পৰা গৈছে |
আটক হোৱা ট্ৰাকৰ চালক মো: ৰফিক, হেণ্ডিমেন ৰফিক মনছুৰ ঘৰ উত্তৰ প্ৰদেশ ৰাজ্যত | UP 21 AN - 2554 নম্বৰ ১২ চকীয়া ট্ৰাক খনৰে কঢ়িয়াই আনিছিল চোৰাং কাঠৰ কুণ্ডা সমূহ | ট্ৰাক খনৰ চালক মোঃ ৰফিকে জানিবলৈ দিয়া মতে গুৱাহাটীৰ কোনো স্থানৰ পৰা বোজাই কৰা হৈছিল চোৰাং কাঠ সমূহ | গুৱাহাটীৰ পৰা কলকাতা লৈ কঢ়িয়াই নি আছিল কাঠৰ কুণ্ডা বোৰ |Conclusion:ইয়াৰ পিছতো দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্লোগান আওৰোৱা ৰাজ্য চৰকাৰ খনৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই কব নে নিকা ভাবে পালন কৰিছে নিজৰ দায়িত্ব | জনসাধাৰণৰ বাবে এতিয়া এয়া এক লাখ টকীয়া প্ৰশ্ন |
Bite
1. ট্ৰাক খনৰ চালক
2. বন বিষয়া,
বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.