কলিয়াবৰত পথ দুৰ্ঘটনাত নিহত দুই ককাই-ভাই
তীব্ৰবেগেই কাল হ'ল দুজন মটৰচাইকেল আৰোহীৰ ৷ ইতিমধ্যে দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰে দুই ককাই-ভাই ৷
চেলফিক কেন্দ্ৰ কৰি কৰিমগঞ্জৰ দুৰ্গাপূজাত উত্তেজনা
কৰিমগঞ্জত শনিবাৰৰ নিশা তীব্ৰ উত্তেজনা ৷ চেলফি উঠাক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি ৷ ঘটনা সন্দৰ্ভত তিনিজনক গ্ৰেপ্তাৰ ৷
আধুনিকতাক প্ৰশ্ৰয় নিদি ধুবুৰীত আধ্যাত্মিকভাৱে দূৰ্গাপূজা উদযাপন
আধুনিকতাক প্ৰশ্ৰয় নিদি আধ্যাত্মিক ভাৱে দূৰ্গাপূজা উদযাপন কৰা হয় ধুবুৰীত ৷ ধুবুৰীৰ গৌৰীপুৰৰ ঐতিহাসিক ৰাজবাৰীৰ দুর্গাপূজাত কুঁহিলাৰে দূৰ্গা প্ৰতিমা নিৰ্মাণ কৰি এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷
বৰমাত অনুষ্টুপীয়াকৈ পালন 87 সংখ্যক দূৰ্গা পূজা
বাক্সা জিলাৰ অন্তৰ্গত বৰমাতো পূৰ্বৰ দৰে জাকজমকতাক বাদ অনুষ্টুপীয়াকৈ পালন কৰিছে দূৰ্গাপূজা ৷ ৰাৱণ দাহন কাৰ্যসূচী বাতিল বৰমাত ৷
হঠাৎ অসুস্থ ৰাজ্যপাল মুখীঃ এইমছত ভৰ্তি
দিল্লীতে হঠাতে অসুস্থ হৈ পৰে ৰাজ্যপাল জগদীশ মুখী । লগে লগে তেওঁক এইমছত ভৰ্তি কৰোৱা হয় জগদীশ মুখীক।
দুধনৈৰ লেলাত পথ দুৰ্ঘটনাত নিহত দুজন
দুধনৈৰ লেলাত সংঘটিত হোৱা পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন যুৱক ৷ ইয়াৰ উপৰিও আন দুজন লোক গুৰুতৰভাৱে আহত হয় ৷
পশ্চিম বংগত শনিবাৰে চিকিৎসালয়ৰ পৰা অব্যাহতি 3,753 গৰাকী ক'ভিড ৰোগী
শনিবাৰে পশ্চিম বংগত 3,753 ৰোগী ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ একেদৰে মৃত্যু ৰোগীৰ সংখ্যা 59 গৰাকী ৷ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে তথ্য ৷
ক'ভিড-19 ৰ বাবে লোকচানৰ সন্মুখীন ছত্তিশগড়ৰ ৰাৱনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা শিল্পী
ক'ভিড-19 ৰ বাবে লোকচানৰ সন্মুখীন ৰাৱনৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ শিল্পী সকল ৷ গ্ৰাহকৰ অভাৱত নিৰ্মাণ কৰা মূৰ্তি সমূহ বিক্ৰী কৰিব নোৱাৰা বুলি উল্লেখ কৰে শিল্পীসকলে ৷
NDRF আৰু ৰান ফৰ ইউনিটিৰ সহযোগত ধেমাজিত একতাৰ দৌৰ সম্পন্ন
ধেমাজিত একতাৰ দৌৰ সম্পন্ন ৷ NDRF আৰু ৰান ফৰ ইউনিটিৰ সহযোগত সম্পন্ন একতাৰ দৌৰ ৷
ৰাইজৰ তৎপৰতাত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ
চৰকাৰ বা জন প্ৰতিনিধি নহয় । এইবাৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ ওলাই আহিল ৰাইজ ৷ গছৰ ডাল কাটি কোনোমতে খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলালে ধুবুৰীৰ মানকাচৰবাসীয়ে ৷