ETV Bharat / state

CCTV বন্দি হ'ল চুৰি কাণ্ডৰ সমগ্ৰ দৃশ্য, চাওঁক ভিডিঅ' - সাৱধান চোৰৰ টাৰ্গেট এতিয়া বিলাসী শ্বপিং মল

সাৱধান চোৰৰ টাৰ্গেট এতিয়া বিলাসী শ্বপিং মল ৷ বৃহস্পতিবাৰে নিশা ধুবুৰীৰ কচমো বজাৰ নামৰ এটা শ্বপিং মলত সংঘটিত এক চুৰিকাণ্ড ৷

thieves-at-shopping-mall
CCTV বন্দি হ'ল চুৰি কাণ্ডৰ সমগ্ৰ দৃশ্য, চাওঁক ভিডিঅ'
author img

By

Published : Feb 5, 2021, 9:45 PM IST

ধুবুৰী, 5 ফেব্ৰুৱাৰী : সাৱধান চোৰৰ টাৰ্গেট এতিয়া বিলাসী শ্বপিং মল ৷ বৃহস্পতিবাৰে নিশা ধুবুৰীৰ কচমো বজাৰ নামৰ এটা শ্বপিং মলত সংঘটিত এক চুৰিকাণ্ড ৷

thieves-at-shopping-mall
CCTV বন্দি হ'ল চুৰি কাণ্ডৰ সমগ্ৰ দৃশ্য, চাওঁক ভিডিঅ'

ঘটনাৰ বিৱৰণ অনুসৰি শ্বপিং মলটোৰ তৃতীয় মহলাৰ খিৰিকী ভাঙি প্ৰৱেশ কৰে এটা চোৰ আৰু চোৰটোৱে নগত লক্ষাধিক টকা লুটি লৈ যায় ৷ উল্লেখ্য যো উক্ত চুৰি কাণ্ডৰ সম্পূৰ্ণ দৃশ্য বন্দী হয় তৃতীয় মহলাত লগাই থোৱা চিচি টিভিত ৷

TV বন্দি হ'ল চুৰি কাণ্ডৰ ভয়ংকৰ দৃশ্য

স্থানীয় লোকে সদৰি কৰা মতে মলটো কৰ্তৃপক্ষই পুৱা শ্বপিং মল খোলাৰ পিচত হে চুৰিকাণ্ড প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পিচতে এই ঘটনাৰ সন্দৰ্ভ ধুবুৰী আৰক্ষীক খবৰ দিয়ে বুলি জানিবলৈ দিচে স্থানীয় লোকে ৷ মহল কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি চোৰটোৱে প্ৰায় নগদ 22 লাখ চুৰি কৰি লৈ যায় ৷ ইতিমধ্যে এই চুৰি কাণ্ডৰ সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে ৷

লগতে পঢ়ক: নগাঁৱত AJYCP ৰ প্ৰতিবাদত আৰক্ষীৰ বাধা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.