ETV Bharat / state

বিলাসীপাৰাত চৰকাৰী চাউলৰ ক'লা বেহা

author img

By

Published : Nov 27, 2020, 4:10 PM IST

বিলাসীপাৰাত চৰকাৰী চাউলৰ ক'লা বেহা ৷ একাংশ অসাধু ব্যৱসায়ীয়ে দৈনিক গৌৰাং নৈ আৰু ব্ৰহ্মপুত্ৰ নদীৰে বস্তাই বস্তাই সৰবৰাহ কৰি আহিছে চৰকাৰী চাউল ৷ শুকুৰবাৰে শালকোচা আৰক্ষীৰ এক অভিযানত জব্দ হয় অবৈধ ভাৱে সৰবৰাহ কৰা বৃহৎ পৰিমানৰ চোৰাং চাউলৰ বস্তা ৷

AS_BLP_SEIZED_ILLEGAL_RICE_IMG_ASC1004
বিলাসীপাৰাত চৰকাৰী চাউলৰ ক'লা বেহা

বিলাসীপাৰা, 27 নৱেম্বৰ : বিলাসীপাৰাত অব্যাহত আছে চৰকাৰী চাউলৰ ক'লা বেহা ৷ দৈনিক বস্তাই বস্তাই সৰবৰাহ হৈ আহিছে চৰকাৰী চাউল ৷ একাংশ অসাধু ব্যৱসায়ীয়ে গৌৰাং নৈ আৰু ব্ৰহ্মপুত্ৰ নদীৰে বিলাসীপাৰাত অব্যাহত ৰাখিছে চোৰাং চাউলৰ ভয়ঙ্কৰ ক'লা বজাৰ ৷ শুকুৰবাৰে শালকোচা আৰক্ষী চকীৰ আৰক্ষী বিষয়া সতিন সিং আৰু মুক্তাৰ আলী আহমেদৰ নেতৃত্বত চলা এক অভিযানত ৩৫ বস্তা চোৰাং চাউল জব্দ কৰে ৷

AS_BLP_SEIZED_ILLEGAL_RICE_IMG_ASC1004
বিলাসীপাৰাত চৰকাৰী চাউলৰ ক'লা বেহা

বিলাসীপাৰাৰ ছুৱাপাতা তৃতীয় খণ্ড গাঁৱৰ পৰা জব্দ কৰে বৃহৎ পৰিমানৰ এইসমূহ চোৰাং চাউলৰ বস্তা ৷ অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই অসাধু ব্যৱসায়ী কেইজনে পলাই যাবলৈ সক্ষম হয় যদিও AS17-B-9029 নম্বৰৰ বাহনখন আৰক্ষীয়ে জব্দ কৰে ৷ শালকোচা আৰক্ষীয়ে জব্দ কৰা চাউলখিনি আৰক্ষী চকীলৈ লৈ অনাৰ লগতে অসাধু চক্ৰটোৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : নিবনুৱা সমস্যাঃ ভাস্কৰ আৰু ৰবিয়ে দেখিছে আত্মনিৰ্ভৰশীলতাৰ সপোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.