ETV Bharat / state

সাপ সংৰক্ষণ সন্দৰ্ভত সাপটগ্ৰাম স্নেক ছেভাৰ টীমৰ সজাগতা সভা

author img

By

Published : Oct 15, 2020, 11:58 AM IST

বুধবাৰে বিলাসীপাৰাত সাপ উদ্ধাৰ আৰু সংৰক্ষণ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন সাপটগ্ৰাম স্নেক ছেভাৰ টীমৰ ৷ সভাত সাপ কিয় সংৰক্ষণ কৰিব লাগে সেই সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয় ৷

Sapatgram Snake Saver Team awarness meeting on Snake reservation in Bilasipara
সাপ সংৰক্ষণ সন্দৰ্ভত সাপটগ্ৰাম স্নেক ছেভাৰ টীমৰ সজাগতা সভা

বিলাসীপাৰা,15 অক্টোবৰ: বিলাসীপাৰাত বুধবাৰে সাপটগ্ৰাম স্নেক ছেভাৰ টীমৰ (Sapatgram Snake Saver Team)ৰ ব্যতিক্ৰমী প্ৰয়াস ৷ সাপটগ্ৰামত দলটোৰ সাপ উদ্ধাৰ আৰু সংৰক্ষণ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন ৷

সাপটগ্ৰাম মহাবিদ্যালয় আৰু বন বিভাগৰ সহযোগত আয়োজিত সজাগতা সভাখনত সাপ কিয় সংৰক্ষণ কৰিব লাগে সেই সম্পৰ্কে বিস্তৃতভাৱে আলোকপাত কৰা হয় ৷ সাপৰ উপৰিও বন্য জীৱ-জন্তুক সংৰক্ষণ কৰাৰ দিশত বিভিন্ন বক্তাই বিতংভাৱে আলোচনা কৰে ৷

সভাত উপস্থিত থাকে ধুবুৰী জিলা বন প্ৰাধিকাৰী পল্লৱ বিজয় ত্ৰিমবাক,আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ,শিক্ষাবিদ পদ্ম গুহ আগৰৱালা আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল ৷

লগতে পঢ়ক: শক্তিপীঠ কামাখ্যা ধামত সম্পূৰ্ণ ক’ভিড প্ৰট’কলৰ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.