ETV Bharat / state

পূৱ বিলাসীপাৰাত পথ দুৰ্ঘটনা : নিহত 1 - নিহত

পুৱতি নিশা ক'ন্টেনাৰ ট্ৰাক আৰু বলেৰ' পিক আপ মালবাহী গাড়ীৰ মাজত মুখামুখি সংৰ্ঘষৰ ফলত থিতাতে এজন লোক নিহত হয় ৷

পূৱ বিলাসীপাৰাত পথ দুৰ্ঘটনা
author img

By

Published : Jun 13, 2019, 9:16 AM IST

বিলাসীপাৰা পূৱ ,13 জুন :পূৱ বিলাসীপাৰাৰ চাপৰৰ আৰেয়াঝাৰস্থিত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ক'ন্টেনাৰ ট্ৰাক আৰু বলেৰ' পিক আপ মালবাহী গাড়ীৰ মাজত মুখামুখি সংৰ্ঘষ ফলত থিতাতে নিহত বলেৰ' খনৰ চালক ৷

পূৱ বিলাসীপাৰাত পথ দুৰ্ঘটনা

নিহত চালকজনক প্ৰতিবেদন প্ৰস্তুত কৰা পৰ্যন্ত চিনাক্ত হোৱা নাই ৷ ইপিনে দুৰ্ঘটনাটোত আন দুজন লোক ক্ৰমে ছানোৱাৰ আৰু আজিজুৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আহতদ্বয়ক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ দুৰ্ঘটনাগ্ৰস্ত ক'ন্টেনাৰ ট্ৰাকখনৰ নম্বৰ HR-38-U-7381 আৰু বলেৰ' পিক আপ খনৰ নম্বৰ AS-17-B-7445 ৷ ক'ন্টেনাৰ ট্ৰাকখন ধুবুৰী অভিমুখে আৰু বলেৰ' পিক আপ খন বঙাইগাঁও অভিমুখে আহি আছিল ৷

Intro:পূৱ বিলাসীপাৰাৰ চাপৰৰ আৰেয়াঝাৰত ভয়ংকৰ দুৰ্ঘটনা। থিতাতে নিহত এক,আহত দুইBody:বিলাসীপাৰা পূৱ:

পূৱ বিলাসীপাৰাৰ চাপৰৰ আৰেয়াঝাৰস্থিত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। কোন্টেনাৰ ট্ৰাক আৰু বলেৰ Pickup মালবাহীৰ গাড়ীৰ মাজত মুখামুখি সংৰ্ঘষ ফলত থিতাতে নিহত বলেৰখনৰ চালক। নিহত চালকজনক এতিয়াও চিনাক্ত হোৱা নাই।গুৰুত্বভাৱে আহত বলেৰখনৰে আন দুজন লোক ক্ৰমে ছানোৱাৰ আৰু আজিজুৰ । আহত দ্বয়ক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও চিকিৎসালয়লৈ প্ৰেৰণ। দুৰ্ঘটনাগ্ৰস্হ কোন্টেনাৰ ট্ৰাকখনৰ নম্বৰ HR 38 U 7381 আৰু বলেৰ Pickup খনৰ নম্বৰ AS 17 B 7445। কোন্টেনাৰ ট্ৰাকখন ধুবুৰী অভিমুখী আৰু বলেৰ Pickupখন বঙাইগাঁও অভিমুখী আছিল।Conclusion:BYTE : PUBLIC

FROM UDAYADITYA ROY, BILASIPARA EAST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.