- ধুবুৰী জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা
- পথ দুৰ্ঘটনাত নিহত এগৰাকী আৰক্ষী কনিষ্টবল
- নিহত আৰক্ষী কনিষ্টবল জনৰ নাম ছফিয়ৰ ৰহমান
- ব'লেৰো পিক আপ ভেনে খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় কনিষ্টবলজন
- এখন ট্ৰাক ৰখাবলৈ চেষ্টা কৰাৰ সময়তেই সংঘটিত হয় দুৰ্ঘটনাটো
পথ দুৰ্ঘটনাত এজন আৰক্ষী কনিষ্টবল নিহত
ধুবুৰী জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাত এগৰাকী আৰক্ষী কনিষ্টবল নিহত হয় ৷ নিহত আৰক্ষী কনিষ্টবল জনৰ নাম ছফিয়ৰ ৰহমান ৷
পথ দুৰ্ঘটনাত এজন আৰক্ষী কনিষ্টবল নিহত
- ধুবুৰী জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা
- পথ দুৰ্ঘটনাত নিহত এগৰাকী আৰক্ষী কনিষ্টবল
- নিহত আৰক্ষী কনিষ্টবল জনৰ নাম ছফিয়ৰ ৰহমান
- ব'লেৰো পিক আপ ভেনে খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় কনিষ্টবলজন
- এখন ট্ৰাক ৰখাবলৈ চেষ্টা কৰাৰ সময়তেই সংঘটিত হয় দুৰ্ঘটনাটো
Intro:ধুবুৰী জিলাৰ আগমনি থানাৰ সন্মুখৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত এগৰাকী আৰক্ষী কনিষ্টবল নিহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে |Body:জানিব পৰা মতে, পশ্চিমবংগৰ পৰা গৌৰীপুৰ অভিমুখী এখন ট্ৰাক ৰখাবলৈ চেষ্টা কৰিছিল থানা খনৰ আৰক্ষী কনিষ্টবল ছফিয়ৰ ৰহমান ৷ ট্ৰাক খন ৰখাবলৈ সক্ষম হয় যদিও একে দিশতে আহি থকা বলেৰো পিক আপ ভেন এখনে কনিষ্টবল জনক মহতিয়াই পলায়ন কৰে | ফলত ঘটনাস্থলীতে তেঁৱৰ মৃত্যু হয়| পলায়নল কৰা বলেৰো খন আৰক্ষীয়ে আটক কৰিব পৰা নাই যদিও বলেৰো খনে গৰু কঢ়িওৱা বুলি জানিব পৰা গৈছে |
Conclusion:ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰিবলৈ গৈ কনিষ্টবল জনৰ মৃত্যু হোৱা বুলি ৰাইজে মত প্পকাশ কৰিছে
Conclusion:ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰিবলৈ গৈ কনিষ্টবল জনৰ মৃত্যু হোৱা বুলি ৰাইজে মত প্পকাশ কৰিছে