ETV Bharat / state

বিলাসীপাৰাত পথ দুৰ্ঘটনা,শিশুৰ মৃত্যু

author img

By

Published : Nov 27, 2019, 5:38 PM IST

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী আল্ট্ৰা বাছৰ খুন্দাত থিতাতে নিহত হয় এটি ৩ বছৰীয়া শিশু ৷ নিহত শিশুটি মিজানুৰ হক বুলি জানিব পৰা গৈছে

বিলাসীপাৰা
বিলাসীপাৰাত পথ দুৰ্ঘটনা, শিশুৰ মৃত্যু

ধুবুৰী, 27 নৱেম্বৰঃ বিলাসীপাৰাৰ মাছপাৰাত শোকাৱহ পথ দুৰ্ঘটনা ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী আল্ট্ৰা বাছৰ খুন্দাত থিতাতে নিহত হয় এটি ৩ বছৰীয়া শিশু ৷ নিহত শিশুটি মিজানুৰ হক বুলি জানিব পৰা গৈছে ৷ মিজানুৰ হক ধুবুৰীৰ ঝগৰাৰপাৰৰ আক্ৰামুল হকৰ পুত্ৰ ৷

বিলাসীপাৰাত পথ দুৰ্ঘটনা, শিশুৰ মৃত্যু

আৰু পঢ়কঃ-ৰাজ্যত নিষিদ্ধ হ'ল গুটখা

নিহত মিজানুৰে বুধবাৰে মাকৰ লগত মোমায়েকৰ ঘৰত আলহী খাবলৈ গৈছিল বিলাসীপাৰাৰ মাছপাৰাত ৷ আনহাতে,দুৰ্ঘটনাৰ পাচতে আৰক্ষীয়ে নিহত শিশুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বাহন খন বিলাসীপাৰা আৰক্ষী থানালৈ লৈ যায় ৷

Intro:A. I - বিলাসীপাৰাৰ মাছপাৰাত শোকাৱহ পথ দুৰ্ঘটনা |
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী আল্ট্ৰা বাছৰ খুন্দাত থিতাতে নিহত হয় এটি ৩ বছৰীয়া শিশু |
Body:নিহত শিশুটি মিজানুৰ হক বুলি জানিব পৰা গৈছে |
মিজানুৰ হক ধুবুৰীৰ ঝগৰাৰপাৰৰ আক্ৰামুল হকৰ পুত্ৰ |
মিজানুৰ হকে তাৰ মাকৰ লগত মোমায়েকৰ ঘৰত আলহী খাবলৈ আহিছিল।
দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ নম্বৰ AS01-GC - 2873 ,
পিছত দুৰ্ঘটনা সংঘটিত কৰা বাহন খনক বিলাসীপাৰা আৰক্ষীয়ে আনে। পিছলৈ নিহত শিশুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।
Conclusion:Byte:- নিহতৰ আত্মীয়।
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.