বিলাসীপাৰা,8 আগষ্টঃ বিলাসীপাৰাৰ শালকোচাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিৰ্মীয়মান ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পকী অংশত খুন্দিয়াই এখন এম্বুলেন্সে ৷ ফলত গুৰুতৰভাৱে আহত হয় এম্বুলেন্সেখনৰ চালকগৰাকী ৷ স্থানীয় ৰাইজৰ তৎপৰতাত সংকটজনক অৱস্থাত চালক জনক উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হয় বিলাসীপাৰা স্বাস্থ্য কেন্দ্ৰত ৷ চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত আহত লোকজনক ধুবুৰী লৈ নিয়াৰ পৰামৰ্শ দিয়ে যদিও বিয়লিৰ ভাগত চিকিৎসালয়খনতে মৃত্যুবৰণ কৰে চালকজনে ৷ নিহত চালকজন গুৱাহাটী কাহিলীপাৰাৰ বিনু বৰুৱা বুলি জানিব পৰা গৈছে |
বিলাসীপাৰাৰ শোকাৱহ পথ দুৰ্ঘটনা,নিহত এক - AMBULANCE
বৃহস্পতিবাৰে বিলাসীপাৰাৰ শালকোচাত অঘটন ৷ নিৰ্মীয়মান ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পকীত দুৰ্ঘটনাগ্ৰস্ত এখন এম্বুলেন্স ৷ চিকিৎসালয়ত মৃত্যু চালকৰ ৷
বিলাসীপাৰা,8 আগষ্টঃ বিলাসীপাৰাৰ শালকোচাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিৰ্মীয়মান ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পকী অংশত খুন্দিয়াই এখন এম্বুলেন্সে ৷ ফলত গুৰুতৰভাৱে আহত হয় এম্বুলেন্সেখনৰ চালকগৰাকী ৷ স্থানীয় ৰাইজৰ তৎপৰতাত সংকটজনক অৱস্থাত চালক জনক উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হয় বিলাসীপাৰা স্বাস্থ্য কেন্দ্ৰত ৷ চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত আহত লোকজনক ধুবুৰী লৈ নিয়াৰ পৰামৰ্শ দিয়ে যদিও বিয়লিৰ ভাগত চিকিৎসালয়খনতে মৃত্যুবৰণ কৰে চালকজনে ৷ নিহত চালকজন গুৱাহাটী কাহিলীপাৰাৰ বিনু বৰুৱা বুলি জানিব পৰা গৈছে |
নিৰ্মীয়মান ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পকী অংশত খুন্দিয়ায় এম্বুলেন্স |
ফলত গুৰুতৰ ভাবে আহত হয় এম্বুলেন্স খনৰ চালক |
স্থানীয় ৰাইজে চালক জনক উদ্ধাৰ কৰি পুৱা ভৰ্তি কৰিছিল বিলাসীপাৰা স্বাস্থ্য কেন্দ্ৰত লৈ যায় |
সংকটজনক অৱস্থাত চিকিৎসালয় খনত ভৰ্তি কৰোৱা চালক জনক |
চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত ৰোগী জনক ধুবুৰী লৈ নিয়াৰ পৰামৰ্শ আগবঢ়ায় |Body:কিন্তু বিয়লি লৈ চিকিৎসালয় খনৰ বিচনাত পেলাই ৰখাত তাতে মৃত্যু হয় চালক জনৰ |
ব্যক্তিগত এম্বুলেন্স খনৰ গৰাকীৰ অৱহেলাত চালক জনে মৃত্যু মুখত পৰে বুলি অভিযোগ উঠিছে |
নিহত চালক জন গুৱাহাটী কাহিলীপাৰাৰ বিনু বৰুৱা(৪৫) বুলি জানিব পৰা গৈছে |Conclusion:Bite :- 1+2
চিকিৎসালয়খনৰ চিকিৎসক
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।