ETV Bharat / state

হাটশিঙিমাৰিত সাংবাদিকৰ প্ৰতিবাদ

author img

By

Published : Jul 18, 2020, 6:44 AM IST

সাংবাদিক ৰাজীৱ শৰ্মাৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি নিৰপেক্ষ তদন্তৰ দাবী উত্থাপন কৰে হাটশিঙিমাৰিৰ সাংবাদিক সকলে ৷

হাটশিঙিমাৰিত সাংবাদিকৰ প্ৰতিবাদ
হাটশিঙিমাৰিত সাংবাদিকৰ প্ৰতিবাদ

ধুবুৰী, 18 জুলাইঃ ধুবুৰীত এটা ব্যক্তিগত বৈদ্যুতিন মাধ্যমৰ সাংবাদিক ৰাজীৱ শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া প্ৰকাশ পোৱাৰ লগতে ঠায়ে ঠায়ে সাব্যস্ত হৈছে প্ৰতিবাদ ৷

দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰেছ ক্লাৱৰ উদ্যোগত শুকুৰবাৰে হাটশিঙিমাৰিত এঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদী সাংবাদিক সকলে ঘটনাৰ চিবিআই তদন্ত দাবী উত্থাপন হৈছে ৷ আনহাতে ঘটনাত জৰিত জিলা বন বিষয়া গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে, দুৰ্নীতিৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতো জিলা বন বিষয়া বিশ্বজিৎ ৰায়ক গ্ৰেপ্তাৰ নকৰাকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

সাংবাদিকৰ প্ৰতিবাদ

আনহাতে সাংবাদিক জনক গ্ৰেপ্তাৰ কৰাৰ ঘটনাক গৰিহণা দিছে ধুবুৰী জিলা প্ৰেছ ক্লাবে ৷

লগতে পঢ়কঃ চৰকাৰী নিৰ্দেশনাক অংগুষ্ঠ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.