ETV Bharat / state

ধুবুৰীত শান্তিপূৰ্ণ ভাৱে সম্পন্ন হ'ল পুনৰ ভোটগ্ৰহণ - ETV BHARAT

ধুবুৰীত শান্তিপূৰ্ণ ভাৱে সম্পন্ন হ'ল পুনৰ ভোটগ্ৰহণ । ধুবুৰী লোকসভা সমষ্টিৰ মুঠ পাঁচটা ভোটকেন্দ্ৰত সুকলমে শান্তিপূৰ্ণ ভাৱে 85.85 শতাংশ ভোটদান সম্পন্ন হয় ।

ধুবুৰীত শান্তিপূৰ্ণ ভাবে সম্পন্ন হল পুণৰ ভোটগ্ৰহন
author img

By

Published : May 7, 2019, 12:47 AM IST

ধুবুৰী, 6 মে': ধুবুৰীত শান্তিপূৰ্ণ ভাৱে সম্পন্ন হ'ল পুনৰ ভোটগ্ৰহণ । ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত ধুবুৰী বিধান সভা সমষ্টিৰ 13 নং বাণী বিদ্যা মন্দিৰ এল পি স্কুল ভোট কেন্দ্ৰত 86 শতাংশ, গোলোকগঞ্জ সমষ্টিৰ 232 নং নৱ ভাৰত পাঠশালা হাই স্কুল ভোট কেন্দ্ৰত 77.5 শতাংশ, মানকাচৰ সমষ্টিৰ 167 নং বাউসকাটা ভোটকেন্দ্ৰত 91.46 শতাংশ, দক্ষিণ শালমাৰা সমষ্টিৰ 22 নং কাঠলিপাৰা এম ই মাদ্ৰাছা ভোটকেন্দ্ৰত 87.58 শতাংশ আৰু 219 নং লাওখোৱা এল পি স্কুল ভোট কেন্দ্ৰত 85.71 শতাংশ ভোটদান সম্পন্ন হয়। মুঠ পাঁচটা ভোটকেন্দ্ৰত সুকলমে শান্তিপূৰ্ণ ভাৱে 85.85 শতাংশ ভোটদান সম্পন্ন হয়। ভোট গ্ৰহণ সম্পন্ন হোৱাৰ পিছত প'লিং আৰু প্ৰিজাইডিং বিষয়া সকলে ষ্ট্ৰং ৰুমত জমা কৰে ইভিএম মেচিন সমূহ ।

আৰু পঢ়ক: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মিত্ৰ বাহিনীয়ে অসম চৰকাৰক উপহাৰ দিয়া টেংকখন এতিয়া ক'ত আছে ?

Intro: ধুবুৰীত শান্তিপূৰ্ণ ভাবে সম্পন্ন হল পুণৰ ভোটগ্ৰহন। ধুবুৰী লোকসভা সমষ্টিৰ মুঠ পাঁচটা ভোটকেন্দ্ৰত সুকলমে শান্তিপূৰ্ণ ভাবে ৮৫.৮৫ শতাংশ ভোটদান সম্পন্ন হয়।

Body: হয়, ধুবুৰীত শান্তিপূৰ্ণ ভাবে সম্পন্ন হল পুণৰ ভোটগ্ৰহন। ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত ধুবুৰী বিধান সভা সমষ্টিৰ ১৩ নং বাণী বিদ্যা মন্দিৰ এল পি স্কুল (সোঁফাল) ভোট কেন্দ্ৰত ৮৬ শতাংশ, গোলোকগঞ্জ সমষ্টিৰ ২৩২ নং নৱ ভাৰত পাঠশালা হাই স্কুল ভোট কেন্দ্ৰত ৭৭.৫ শতাংশ, মানকাচৰ সমষ্টিৰ ১৬৭ নং বাউসকাটা ভোটকেন্দ্ৰত ৯১.৪৬ শতাংশ, দক্ষিণ শালমাৰা সমষ্টিৰ ২২ নং কাঠলিপাৰা এম ই মাদ্ৰাছা ভোটকেন্দ্ৰত ৮৭.৫৮ শতাংশ আৰু ২১৯ নং লাওখোৱা এল পি স্কুল ভোট কেন্দ্ৰত ৮৫.৭১ শতাংশ ভোটদান সম্পন্ন হয়। মুঠ পাঁচটা ভোটকেন্দ্ৰত সুকলমে শান্তিপূৰ্ণ ভাবে ৮৫.৮৫ শতাংশ ভোটদান সম্পন্ন হয়। ভোট গ্ৰহণ সম্পন্ন হোৱাৰ পিছত পলিং আৰু প্ৰিজাইডিং বিষয়া সকলৰ ষ্ট্ৰং ৰুমত জমা কৰে ইভিএম মেচিন সমূহ।

Conclusion: মুঠৰ ওপৰত শান্তিপূৰ্ণ ভাবে ধুবুৰী লোকসভাৰ পাঁচটা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহন সম্পন্ন হয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.