ETV Bharat / state

সোমবাৰে ধুবুৰীৰ 5টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

ধুবুৰী লোকসভাৰ পাঁচটা ভোটকেন্দ্ৰত সোমবাৰে পুনৰ অনুষ্ঠিত হ'ব ভোট গ্ৰহণ । ইতিমধ্যে ভোট গ্ৰহণ কেন্দ্ৰকেইটালৈ ৰাওনা প'লিং আৰু প্ৰিজাইডিং বিষয়াসকল ।

author img

By

Published : May 5, 2019, 8:22 PM IST

ধুবুৰীত সোমবাৰে 5 ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

ধুবুৰী,5মে': সোমবাৰে ধুবুৰী লোকসভা সমষ্টিৰ পাঁচটাকৈ ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ । দেওবাৰে ধুবুৰীৰ দুটা ভোটকেন্দ্ৰৰ লগতে দক্ষিণ শালমাৰা মানকাচৰৰ তিনিটাকৈ ভোট কেন্দ্ৰলৈ ৰাওনা হয় পলিং আৰু প্ৰিজাইডিং বিষয়াসকল ।

ধুবুৰীত সোমবাৰে 5 ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

ইয়াৰে ধুবুৰী বিধানসভা সমষ্টিৰ বাণী বিদ্যামন্দিৰ এল পি স্কুল ( সোঁফাল ) আৰু গোলকগঞ্জ সমষ্টিৰ নৱ ভাৰত পাঠশালা হাই স্কুল, মানকাচৰ সমষ্টিৰ বাউসকাটা এম ই মাদ্ৰাছা (বাওঁফাল), দক্ষিণ শালমাৰা সমষ্টিৰ কাঠলিপৰা এম ই মাদ্ৰাছা আৰু লাওখোৱা এলপি স্কুল ভোটকেন্দ্ৰত সোমবাৰে পুৱা সাত বজাৰ পৰা আবেলি পাঁচ বজালৈ অনুষ্ঠিত হ'ব পুনৰ ভোটগ্ৰহণ । উল্লেখ্য যে প্ৰিজাইডিং বিষয়া আৰু মকপলৰ খেলিমেলিৰ বাবে নিৰ্বাচন আয়োগে উল্লেখিত ভোটকেন্দ্ৰকেইটাত পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

Intro: ধুবুৰী লোকসভাৰ পাঁচটা ভোটকেন্দ্ৰত পুণৰ ভোট গ্ৰহণ। ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰৌওনা পলিং আৰু প্ৰিজাইডিং বিষয়া।

Body: কাইলৈ ধুবুৰী লোকসভাৰ পাঁচটা ভোটকেন্দ্ৰত পুণৰ ভোট গ্ৰহণ। আজি ধুবুৰী নিৰ্বাচনী জিলাৰ দুখন ভোটকেন্দ্ৰৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ তিনিখনকৈ ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰৌওনা পলিং আৰু প্ৰিজাইডিং বিষয়া। উল্লেখযোগ্য যে, ধুবুৰী বিধান সভা সমষ্টিৰ বাণী বিদ্যা মন্দিৰ এল পি স্কুল ( সোঁফাল ) আৰু গোলকগঞ্জ সমষ্টিৰ নৱ ভাৰত পাঠশালা হাই স্কুল, মানকাচৰ সমষ্টিৰ বাউসকাটা এম ই মাদ্ৰাছা (বাওঁফাল), দক্ষিণ শালমাৰা সমষ্টিৰ কাঠলিপৰা এম ই মাদ্ৰাছা আৰু লাওখোৱা এলপি স্কুল ভোটকেন্দ্ৰত কাইলৈ পুৱা সাত বজাৰ পৰা আবেলি পাঁচ বজালৈ অনুষ্ঠিত হব পুণৰ ভোটগ্ৰহন। উল্লেখযোগ্য যে, প্ৰিজাইডিং বিষয়া আৰু মকপলৰ খেলিমেলিৰ বাবে নিৰ্বাচন আয়োগে উল্লেখিত ভোটকেন্দ্ৰ কেইটাত পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Conclusion: আজি ধুবুৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ ষ্ট্ৰং ৰুমৰ পৰা নিৰ্বাচনী অৱজাৰ্ভাৰ আৰু জিলা উপায়ুক্তৰ উপস্থিতিত দুটা ভোটকেন্দ্ৰৰ বাবে নিয়োগ কৰা প্ৰিজাইডিং আৰু পলিং বিষয়ক ইভিএম যোগান দি কটকটীয়া নিৰাপত্তাৰ মাজেৰে ভোটকেন্দ্ৰলৈ পঠিয়ায়। একেদৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ ফালৰ পৰাও উল্লেখিত তিনিখন ভোটকেন্দ্ৰলৈ ইভিএম সহ প্ৰিজাইডিং আৰু পলিং বিষয়া সহ নিৰাপত্তাৰক্ষীক প্ৰেৰণ কৰে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.