ETV Bharat / state

ভূমি অধিগ্ৰহণৰ ধন প্ৰদানৰ নামত ধুবুৰীত কেলেংকাৰী - dhubri railline requisition

নিউ ময়নাগুৰি-যোগীঘোপা ৰে'ল পথ নিৰ্মাণৰ নামত ৰে'ল পথ নিৰ্মাণকাৰী সংস্থা M K Engineering য়ে এডোখৰ ভূমি অধিগ্ৰহণৰ বাবে বল পূৰ্বক চেষ্টা অব্যাহত ৰাখিছে বুলিও অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে

ধুবুৰী
ভূমি অধিগ্ৰহণৰ ধন প্ৰদানৰ নামত ধুবুৰীত কেলেংকাৰী
author img

By

Published : Nov 27, 2019, 11:48 PM IST

ধুবুৰী,27 নৱেম্বৰঃ বিলাসীপাৰাত ৰে'ল পথ নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ ধন প্ৰদানৰ নামত ধুবুৰী জিলা প্ৰশাসনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন | নিউ ময়নাগুৰি-যোগীঘোপা ৰে'ল পথ নিৰ্মাণৰ নামত ৰে'ল পথ নিৰ্মাণকাৰী সংস্থা M K Engineering য়ে এডোখৰ ভূমি অধিগ্ৰহণৰ বাবে বল পূৰ্বক চেষ্টা অব্যাহত ৰাখিছে বুলিও অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে |

ভূমি অধিগ্ৰহণৰ ধন প্ৰদানৰ নামত ধুবুৰীত কেলেংকাৰী

উল্লেখ্য যে, বিলাসীপাৰাৰ হাকামা ৩য় খণ্ড গাঁৱত ৰে'ল পথ নিৰ্মাণৰ ভূমি অধিগ্ৰহণৰ নামত নিৰ্মাণকাৰী সংস্থাৰ মইমতালিৰ অভিযোগ স্থানীয়ৰ | অধি গ্ৰহন কৰা ২ বিঘা মাটি আৰু মাটি ডোখৰত থকা গছ-গছনিৰ মূল্য আদায় নিদিয়া কৈ ৰে'লপথ নিৰ্মাণৰ বাবে উঠিপৰি লাগিছে নিৰ্মাণকীৰী সংস্থা M K ইঞ্জিনিয়াৰিঙে | গাঁও খনৰ আম্বিয়া বিবিৰ নামৰ মহিলা গৰাকীৰ নামত থকা ৮১/৭১ দাগ নম্বৰৰ তথা ৪৮ নম্বৰ পাট্টাৰ দুই বিঘা ভূমি ৰে'ল পথ নিৰ্মাণৰ নামত ধুবুৰী জিলা প্ৰশাসনে অধিগ্ৰহন কৰে | সেই মতে প্ৰশাসনে মাত্ৰ ২ কটা ১০ লেছা ভূমিৰ মূল্য মহিলা গৰাকীক চমজাই দিয়ে | কিন্তু বাকী ভূমিৰ ধন জিলা প্ৰশাসনে কোনো ধৰণৰ আদায় দিয়াৰ ব্যৱস্থাৰ পৰিৱৰ্তে ভূমি ডোখৰত ৰে'ল পথ নিৰ্মাণৰ বাবে উঠিপৰি লাগিছে বুলি ভূমি ডোখৰৰ গৰাকীয়ে অভিযোগ তোলে | ধুবুৰী জিলা প্ৰশাসনৰ লগতে ৰে'ল পথ নিৰ্মাণকাৰী সংস্থাটোই ভূমি ডোখৰৰ গৰাকীক ভূমি এৰি দিয়াৰ বাবে হেচা প্ৰয়োগ কৰি অহাত হতাশাত ভুগিছে দুৰ্ভগীয়া পৰিয়ালটোই | সেয়ে বাকী থকা ভূমিৰ মূল্যৰ লগতে ভূমি ডোখৰত থকা গছ গছনিৰ মুল্য আদায় নিদিয়া লৈ ৰে'ল নিৰ্মাণৰ কামত বাধা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে | এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ লগতে চৰকাৰক সু-ব্যৱস্থা গ্ৰহণৰ আবেদন জনাই পৰিয়ালটোৱে ৷

আৰু পঢ়কঃ নাৰেংগী সেনা শিবিৰৰ কেণ্টিনত গ্ৰাহকৰ ৰূপত বনৰীয়া হাতী

Intro:A. I - বিলাসীপাৰাত ৰেল পথ নিৰ্মাণৰ বাবে ভুমি অধিগ্ৰহণৰ ধন প্ৰদানৰ নামত ধুবুৰী জিলা প্ৰশাসনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে | নিউ ময়নাগুৰি - যোগীঘোপা ৰেল পথ নিৰ্মাণৰ নামত ৰেল পথ নিৰ্মাণকাৰী সংস্থা M K Engineering য়ে এডোখৰ ভুমি অধিগ্ৰহণৰ বাবে বল পূৰ্বক চেষ্টা অব্যাহত ৰাখিছে বুলিও অভিযোগ উঠিছে |Body:V. O - বিলাসীপাৰাৰ হাকামা ৩য় খণ্ড গাঁৱত ৰেল পথ নিৰ্মাণৰ ভুমি অধিগ্ৰহণৰ নামত নিৰ্মাণকাৰী সংস্থাৰ মইমতালি | অধি গ্ৰহন কৰা ২ বিঘা মাটি আৰু মাটি ডোখৰত থকা গছ গছনিৰ মুল্য আদায় নিদিয়া কৈ ৰেলপথ নিৰ্মানৰ বাবে উঠিপৰি লাগিছে নিৰ্মাণকীৰী সংস্থা M K ইঞ্জিনিয়াৰিং য়ে | গাঁও খনৰ আম্বিয়া বিবিৰ নামত থকা ৮১/৭১ দাগ নম্বৰৰ তথা ৪৮ নম্বৰ পাট্টাৰ দুই বিঘা ভুমি ৰেল পথ নিৰ্মাণৰ নামত ধুবুৰী জিলা প্ৰশাসনে অধিগ্ৰহন কৰে | সেই মতে প্ৰশাসনে মাত্ৰ ২ কটা ১০ লেছা ভুমিৰ মূল্য মহিলা গৰাকীক চমজাই দিয়ে | কিন্তু বাকী ভুমিৰ ধন জিলা প্ৰশাসনে কোনো ধৰণৰ আদায় দিয়াৰ ব্যৱস্থাৰ পৰিবৰ্তে ভুমি ডোখৰত ৰেল পথ নিৰ্মাণৰ বাবে উঠিপৰি লাগিছে বুলি ভুমি ডোখৰৰ গৰাকীয়ে অভিযোগ তুলিছে | ধুবুৰী জিলা প্ৰশাসনৰ লগতে ৰেল পথ নিৰ্মাণকাৰী সংস্থাটোই ভুমি ডোখৰৰ গৰাকীক ভুমি এৰি দিয়াৰ বাবে হেচা প্ৰয়োগ কৰি অহাত হতাশাত ভুগিছে দুৰ্ভগীয়া পৰিয়ালটোই | সেয়ে বাকী থকা ভুমিৰ মূল্যৰ লগতে ভুমি ডোখৰত থকা গছ গছনিৰ মুল্য আদায় নিদিয়া লৈ ৰেল নিৰ্মাণৰ কামত বাধা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে | এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ লগতে চৰকাৰক সু ব্যৱস্থা গ্ৰহণৰ আবেদন জনাইছে |Conclusion:Byte
ভুমিৰ গৰাকী আৰু পৰিয়াল লোক,

পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.