ETV Bharat / state

পূৱ বিলাসীপাৰাৰ চাপৰত নিচাযুক্ত টেবলেট আৰু হিৰোইন সহ আটক তিনি

চাপৰৰ মৌৱাটাৰী ৰাইজৰ সহযোগত এই তিনি ব্যৱসায়িক বিভিন্ন স্থানৰ পৰা চাপৰ আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।

পূৱ বিলাসীপাৰাৰ চাপৰত নিচাযুক্ত টেবলেট আৰু হিৰোইন সহ আটক তিনি যুৱকC
author img

By

Published : Jul 8, 2019, 5:00 PM IST

বিলাসীপাৰা, 8 জুলাইঃ নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়ীৰ ৰম্যভূমিত পৰিণত হৈছে পূৱ বিলাসীপাৰাৰ চাপৰ অঞ্চল । বিগত ২ জুলাইত চাপৰ আৰক্ষীয়ে নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ সহ এজন যুৱকক আটক কৰাৰ পিছত পুনৰ সোমবাৰে নিচাযুক্ত দ্ৰব্য সহ 3 জনকৈ যুৱকক আটক কৰে । টেবলেট, হিৰোইন সহ আটক কৰা যুৱক কেইজন ক্ৰমে টনিক নাৰ্জাৰী(কোকৰাঝাৰ), ৰফিকুল ইছলাম(ঢোলবাৰী,বইটামাৰী), আৰু আবু ৰেচমুল আহমেদ(মৌৱাটাৰী,চাপৰ)।

পূৱ বিলাসীপাৰাৰ চাপৰত নিচাযুক্ত টেবলেট আৰু হিৰোইন সহ আটক তিনি যুৱক
উল্লেখ্য যে, চাপৰৰ মৌৱাটাৰী ৰাইজৰ সহযোগত এই তিনি ব্যৱসায়িক বিভিন্ন স্থানৰ পৰা চাপৰ আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।

Intro:পূৱ বিলাসীপাৰাৰ চাপৰত নিচাযুক্ত টেবলেট আৰু হিৰোইন সহ আটক তিনি যুৱক।Body:বিলাসীপাৰা পূৱ,০৮ জুলাই:

নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়ীৰ যেন ৰম্যভূমিত পৰিণত হৈছে পূৱ বিলাসীপাৰাৰ চাপৰ অঞ্চল । যোৱা ২ জুলাইত চাপৰ আৰক্ষীয়ে নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ সহ এজন যুৱকক আটক কৰাৰ পিছত পুনৰ সোমবাৰে নিচাযুক্ত দ্ৰৱ সহ আটক কৰে তিনি জনকৈ যুৱকক । টেবলেট, হিৰোইন সহ আটক কৰা যুৱক কেইজন ক্ৰমে টনিক নাৰ্জাৰী(কোকৰাঝাৰ), ৰফিকুল ইছলাম(ঢোলবাৰী,বইটামাৰী), আৰু আবু ৰেচমুল আহমেদ(মৌৱাটাৰী,চাপৰ)।*

*চাপৰৰ মৌৱাটাৰী ৰাইজৰ সহযোগত এই তিনি ব্যৱসায়িক বিভিন্ন স্থানৰ পৰা চাপৰ আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।*Conclusion:BYTE : OC CHAPAR

FROM UDAYADITYA ROY, BILASIPARA EAST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.