ETV Bharat / state

বিলাসীপাৰা চাপৰত পুষণা উৎসৱ উদযাপন - pushona festival celebrate at bilashipara chapor

বিলাসীপাৰা চাপৰত দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ পুষণা উৎসৱ উদযাপন ৷ বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় এই উৎসৱটি ৷

pushona festival celebrate at bilashipara chapor
চাপৰত পুষণা উৎসৱ উদযাপন
author img

By

Published : Jan 15, 2020, 11:41 PM IST

পূৱ বিলাসীপাৰা , ১৫ জানুৱাৰী : পশ্চিম অসমৰ দেশী মুছলমান সকল এটা থলগিৰি জনগোষ্ঠী । অতি সম্প্ৰতি শৈক্ষিক আৰু সাংস্কৃতিক আন্দোলনৰ অংশ হিচাপে জনগোষ্ঠীটোৱে বিগত তিনিবছৰ ধৰি ভোগালী বিহুটিক পুষণা-দোমাসী উৎসৱ হিচাপে পালন কৰি আহিছে । বিগত বৰ্ষৰ দৰে এইবাৰো ধুবুৰী জিলাৰ চাপৰত দেশী জনগোষ্ঠীয় মঞ্চ, অসম বিলাসীপাৰা জিলা আৰু চাপৰ আঞ্চলিক সমিতিয়ে যৌথভাৱে উদযাপন কৰিছে পুষণা উৎসৱ । বিস্তৃত কাৰ্যসূচীৰে মূলতঃ কৃষিৰ লগত জড়িত এই উৎসৱটি বুধবাৰ আৰু বৃহস্পতিবাৰে পালন কৰিছে ৷ কৃষিৰ লগত জড়িত বিভিন্ন পৰম্পৰা এই উৎসৱৰ মাজেৰে দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে ৷

বিলাসীপাৰা চাপৰত পুষণা উৎসৱ উদযাপন

আৰু পঢ়ক : ধুবুৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অনশন

Intro:চাপৰত দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ পুষনা উৎসৱ উদযাপনBody:পূৱ বিলাসীপাৰা,১৫ জানুৱাৰী:

*পশ্চিম অসমৰ দেশী মুছলমান সকল এটা থলগিৰি জনগোষ্ঠী । এটা সূকীয়া ভাষা-সংস্কৃতিৰ বাহক দেশী সকলৰ নিজস্ব সংস্কৃতি বিভিন্ন কাৰকৰ হেচাত আজি পাহৰনিৰ গৰ্ভত । অতি সম্প্ৰতি শৈক্ষিক আৰু সাংস্কৃতিক আন্দোলনৰ অংশ হিচাপে জনগোষ্ঠীটোৱে বিগত কেবাবছৰ ধৰি ভোগালী বিহু টিক পুষনা-দোমাষী উৎসৱ হিচাপে পালন কৰি আহিছে।*

*বিগত বৰ্ষৰ দৰে এইবাৰো ধুবুৰী জিলাৰ চাপৰত দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ বিলাসীপাৰা জিলা আৰু চাপৰ আঞ্চলিক সমিতিয়ে যৌথভাৱে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে পুষনা উৎসৱ উদযাপন কৰিছে ।*

*জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতি উপস্থাপন কৰা এই পথাৰখনত পূৱা ভেলা প্ৰজ্বলন কৰি দেশী জনগোষ্ঠীয় পিঠা পোনা আপ্যায়ন কৰে ।*

Byte-1,2-আয়োজক ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.