ETV Bharat / state

ধুবুৰীত প্ৰিজাইডিং বিষয়াক আটক

author img

By

Published : Apr 23, 2019, 4:36 PM IST

ধুবুৰীৰ গৌৰীপুৰৰ বাণীবিদ্যা মন্দিৰ ভোটগ্ৰহণ কেন্দ্ৰত অঘটন । ভোটাৰ পৰিচয় পত্ৰৰ লগতে শ্লিপ নথকাকৈ ভোটগ্ৰহণৰ অভিযোগ প্ৰিজাইডিং বিষয়াৰ বিৰুদ্ধে ৷ আটক কৰা হ'ল প্ৰিজাইডিং বিষয়াক ৷

ধুবুৰীৰ ভোটকেন্দ্ৰত অঘটন

ধুবুৰী, 23 এপ্ৰিল : ধুবুৰীৰ গৌৰীপুৰৰ বাণীবিদ্যা মন্দিৰ ভোটগ্ৰহণ কেন্দ্ৰত অঘটন । ভোটাৰ শ্লিপৰ লগত পৰিচয় পত্ৰৰ নথকাকৈ ভোটগ্ৰহণৰ অভিযোগ প্ৰিজাইডিং বিষয়াৰ বিৰুদ্ধে । জিলা প্ৰশাসনৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে বিষয়াগৰাকীক । বৰ্তমান গৌৰীপুৰ আৰক্ষীৰ জিম্মাত বিষয়াগৰাকী ।

ধুবুৰীৰ ভোটকেন্দ্ৰত অঘটন

বিষয়াগৰাকীক আটক কৰাৰ পাচতে নতুনকৈ আন এগৰাকী বিষয়াক নিয়োগ কৰি কেন্দ্ৰটোত অব্যাহত ৰখা হৈছে ভোটগ্ৰহণ । ঘটনাক লৈ কেন্দ্ৰটোত উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ হয় যদিও বৰ্তমানে শান্ত হৈ পৰিছে পৰিস্থিতি ।

Slug- A_DHB_817_818_23APRIL_PRISIDING_OFFICER_VIS_SHAHANUR
( Files send through FTP )

      oc/vo:- ধুবুৰীৰ গৌৰীপুৰৰ বাণীবিদ্যা মন্দিৰ ভোটকেন্দ্ৰত চাঞ্চল্যকৰ অভিযোগ। ভোটাৰ শ্লিপৰ লগত আই ডি প্ৰফ নথকাকৈ ভোট লোৱাৰ অভিযোগত প্ৰিজাইডিং বিষয়াক আটক । আটকাধীন বিষয়া গৌড় প্ৰসাদ বৰ্মনক কেন্দ্ৰৰ পৰা লৈ যায় ধুবুৰী লৈ । নতুনকৈ আন এগৰাকী বিষয়াক নিয়োগ কৰি ভোট গ্ৰহণ অব্যাহত ৰখা হৈছে। ঘটনাক লৈ কিছু পৰিমানে উত্তেজনা হয় যদিওঁ বৰ্তমান পৰিস্থিতি শান্ত। যদিওঁ জিলা প্ৰশাসনৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে বিষয়া গৰাকীক। বৰ্তমান গৌৰীপুৰ আৰক্ষীৰ জিম্মাত আছে বিষয়া গৰাকী।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.