ETV Bharat / state

"নিৰ্বাচনত আমি জিকিম, আছু হাৰিব"-পীযুষ হাজৰিকা

ধুবুৰী জিলাত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ সদৌ অসম ছাত্ৰ সন্থাক তীব্ৰ আক্ৰমণ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ আছুৱে অসমক বহুদূৰ পিছুৱাই আনিলে বুলিও অভিযোগ উত্থাপন কৰে মন্ত্ৰী গৰাকীয়ে ৷

piyush hazarika criticize aasu in dhubri
21 ৰ নিৰ্বাচনত আছুক পৰাভূত কৰাৰ প্ৰত্যাহ্বান মন্ত্ৰী পিয়ুষ হাজৰিকাৰ
author img

By

Published : Jan 19, 2020, 4:16 PM IST

ধুবুৰী , 19 জানুৱাৰীঃ "আছু এটা মিথ্যাচাৰীৰ দল । আছুৱে যদি নতুন দল খোলে, তেওঁলোকক শুভেচ্ছা দিছো । ৰাজনৈতিক পথাৰখনত তেওঁলোকৰ লগত আমাৰ প্ৰতিদ্বন্দিতা হ'ব । আমি নিৰ্বাচনত নিশ্চিতভাৱে জিকিম , তেঁওলোক হাৰিব ৷" ধুবুৰীৰ চাপৰৰ এক অনুষ্ঠানত উপস্থিত থাকি এই বিতৰ্কিত মন্তব্য কৰিলে নগৰ উন্নয়ন মন্ত্ৰী পীযুষ হাজৰিকাই ৷ চাপৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ এটা প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য প্ৰদান কৰে মন্ত্ৰী হাজৰিকাই ৷

21 ৰ নিৰ্বাচনত আছুক পৰাভূত কৰাৰ প্ৰত্যাহ্বান মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

সদৌ অসম ছাত্ৰ সন্থাক তীব্ৰ আক্ৰমণ কৰি মন্ত্ৰী গৰাকীয়ে লগতে কয় যে , মিছা কথা কৈ কৈ ইতিমধ্যে আছুৱে অসমক বহু পিছুৱাই আনিলে ৷ এতিয়াও ভুৱা কথা আৰু তথ্যৰে আভুৱা ভাৰি অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰিছে আছুৱে ৷ অনুষ্ঠানটোত মন্ত্ৰী গৰাকীৰ লগতে উপস্থিত থাকে পূৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহী । আনহাতে , চাপৰ নগৰৰ 7 নং বাৰ্ডত এটা নলাৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃ অন্ধ্ৰপ্ৰদেশৰ প্লাষ্টিকমুক্ত আধ্যাত্মিক চহৰ তিৰুপতি

Intro:*আছু এটা মিথ্যাচাৰীৰ দল ।*

*আছু নতুন দল খুলিলে তেওঁলোকক শুভেচ্ছা দিছো ।*

*ৰাজনৈতিক পথাৰ খনত তেওঁলোকৰ লগত প্ৰতিদ্বন্দিতা হব ।*

*আমি অহা নিৰ্বাচনত জিকিম । তেওঁলোক হাৰিব ।*

*আছুৱে মিছা কৈ কৈ অসমক বহুত পিছুৱাই দিছে ।*

*অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিব খুজিছে ।*

*অসম চুক্তিৰ ভিত্তিবৰ্ষ ১৯৭১ নহয় ১৯৬৬ হে ।*

*আছুৰ বিৰুদ্ধে আক্ৰমনাত্মক মন্ত্ৰী পীয়ুজ হাজৰিকা ।*

*ধুবুৰীৰ চাপৰৰ এক অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী গৰাকীৰ এই বিতৰ্কিত মন্তব্য ।*Body:পূৱ বিলাসীপাৰা,১৯ জানুৱাৰী:

*অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, মূল্যবোধৰ ৰাজনীতিবিদ জননেতা প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ এটা প্ৰতিমূৰ্তি চাপৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উন্মোচন অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী পীযুজ হাজৰিকা এই চাঞ্চল্যকৰ মন্তব্য প্ৰদান কৰে । ধুবুৰী জিলাৰ চাপৰত উপস্থিত থাকি নগৰ উন্নয়ন মন্ত্ৰী হাজৰিকা আছুৰ বিৰুদ্ধে এনে আক্ৰমনাত্মক মন্তব্য প্ৰদান কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে পূৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহী ।*

*ইপিনে, চাপৰ নগৰৰ ৭ নং ৱাৰ্ডত এটা গভীৰ নলাৰ কামৰ আধাৰ শিলা স্থাপন কৰে ।*

BYTE: PIJUSH HAZARIKA 1,2Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.