ETV Bharat / state

চাপৰত কৰ’ণাই প্ৰাণ কাঢ়িলে এজনৰ

author img

By

Published : May 16, 2021, 1:16 PM IST

চাপৰৰ বহলপুৰত শনিবাৰে মৃত্যু হয় এজন কৰ’ণা ৰোগীৰ ৷ 6 দিন পূৰ্বে কৰ’ণাত আক্ৰান্ত হৈছিল লোকজন ৷

one person died in corona
চাপৰত কৰ’ণাই প্ৰাণ কাঢ়িলে এজনৰ

পূৱ বিলাসীপাৰা,16 মে’ : পূৱ বিলাসীপাৰাৰ চাপৰৰ বহলপুৰত শনিবাৰে পুনৰ কৰ’ণাত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হয় ৷ মৃত লোকজনৰ নাম যীষু নাথ বুলি জানিব পৰা গৈছে ।

বিগত 6 দিন পূৰ্বে লোকজনৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰাৰ পাচত তেওঁক বইটামাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ শুকুৰবাৰে লোকজনে শ্বাস-প্ৰশ্বাসত অধিক কষ্ট পোৱাত তেওঁক বঙাইগাঁৱৰ ল’ৱাৰ আছাম হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ অৱশেষত শনিবাৰে লোকজনে শেষ নিশ্বাস ত্যাগ কৰে ৷

মৃত যীষু নাথৰ ঘৰ চাপৰৰ বহলপুৰ বজাৰত বুলি জানিব পৰা গৈছে । তেওঁৰ মৃত্যুৰ পাচতে সমগ্ৰ বহলপুৰ অঞ্চলতে সৃষ্টি হৈছে আতংকময় পৰিস্থিতিৰ ৷

লগতে পঢ়ক : আনন্দক লৈ আনন্দিত নগাঁওবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.