ETV Bharat / state

বিলাসীপাৰাত প্ৰতিবাদ সাব্যস্ত নাথ যোগী ছাত্ৰ সন্থাৰ

নাথ যোগী সকলক জনজাতি কৰণ কৰা, স্বায়ত্বশাসিত পৰিষদ গঠন আৰু কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত নাথ যোগী সকলক সংৰক্ষণৰ দাবীত প্ৰতিবাদ সাব্যস্ত ৷

NATH YOGI STUDESTS PROTEST AT BILASHIPARA
বিলাসীপাৰাত প্ৰতিবাদ সাব্যস্ত নাথ যোগী ছাত্ৰ সন্থাৰ
author img

By

Published : Sep 10, 2020, 6:56 PM IST

বিলাসীপাৰা,10 ছেপ্তেম্বৰঃ বৃহস্পতিবাৰে বিলাসীপাৰাত নাথ যোগী সন্মিলনীৰ কাৰ্যালয়ৰ সন্মুখত মটৰ চাইকেল সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে যোগী ছাত্ৰ সন্থাই ৷ বিলাসীপাৰা জিলাৰ নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী সমদলটোৱে বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে বিলাসীপাৰাৰ আকাশ বতাহ ৷ ৰাজ্যত বসবাস কৰা নাথ যোগী সকলক জনজাতি কৰণ কৰা,স্বায়ত্বশাসিত পৰিষদ গঠন আৰু কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত নাথ যোগী সকলক সংৰক্ষণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে যোগী ছাত্ৰ সন্থাই ৷

বিলাসীপাৰাত প্ৰতিবাদ সাব্যস্ত নাথ যোগী ছাত্ৰ সন্থাৰ

আনহাতে আগন্তুক ২০২১ৰ বিধান নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰ খনে নাথ যোগী সকলৰ এই দাবী সমূহ পূৰণ নকৰিলে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে ৰাজ্যৰ ৪২ লাখ নাথ যোগীৰ লোক সকল বুলি মন্তব্য কৰে যোগী ছাত্ৰ সন্থাই ৷ ইপিনে মটৰ চাইকেল সমদলেৰে প্ৰতিবাদী ছাত্ৰ নেতা কৰ্মী সকলে বিলাসীপাৰা মহকুমাৰ বিভিন্ন অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়কঃ তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’লে হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.