বিলাসীপাৰা, ৩১ মে': বিলাসীপাৰাৰ শ্ৰীগ্ৰামত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা । শুকুৰবাৰে পুৱা শ্ৰীগ্ৰামৰ খাইৰুল ইছলাম নামৰ বাসিন্দা গৰাকীৰ পত্নী ৰুমিনা বিবিৰ মৃতদেহকলৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । তিনি চাৰিজনীকৈ পত্নী থকা ব্যক্তিগৰাকীৰ দীৰ্ঘদিন ধৰি চলি অহা পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । ঘটনাস্থলীত দণ্ডাধীশ ও আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী লৈ প্ৰেৰণ মহিলা গৰাকীৰ মৃতদেহ । দোষী খাইৰুল ইছলামৰ ফাঁচীৰ দাবী কৰিছে ক্ষুব্ধ স্থানীয় ৰাইজে । জানিব পৰা মতে, বৰ্তমানে পলাতক মৃত মহিলা গৰাকীৰ স্বামী খাইৰুল ইছলাম ।
বিলাসীপাৰাৰ শ্ৰীগ্ৰামত লোমহৰ্ষক হত্যাকাণ্ড - লোমহৰ্ষক
তিনি চাৰিজনীকৈ পত্নী থকা ব্যক্তিগৰাকীৰ দীৰ্ঘদিন ধৰি চলি অহা পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ।
বিলাসীপাৰা, ৩১ মে': বিলাসীপাৰাৰ শ্ৰীগ্ৰামত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা । শুকুৰবাৰে পুৱা শ্ৰীগ্ৰামৰ খাইৰুল ইছলাম নামৰ বাসিন্দা গৰাকীৰ পত্নী ৰুমিনা বিবিৰ মৃতদেহকলৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । তিনি চাৰিজনীকৈ পত্নী থকা ব্যক্তিগৰাকীৰ দীৰ্ঘদিন ধৰি চলি অহা পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । ঘটনাস্থলীত দণ্ডাধীশ ও আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী লৈ প্ৰেৰণ মহিলা গৰাকীৰ মৃতদেহ । দোষী খাইৰুল ইছলামৰ ফাঁচীৰ দাবী কৰিছে ক্ষুব্ধ স্থানীয় ৰাইজে । জানিব পৰা মতে, বৰ্তমানে পলাতক মৃত মহিলা গৰাকীৰ স্বামী খাইৰুল ইছলাম ।
Byte: স্হানীয় নাগৰিক
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ETV BHARAT ASSAM