ETV Bharat / state

কৃষক মুক্তিৰ প্ৰতিবাদত উত্তাল বিলাসীপাৰা - KMSS demand for land patta in Bilashipara

যোৱা ১৬ মাৰ্চত বিলাসীপাৰাৰ টিলাপাৰা দুধনাথ গাঁৱত বন বিভাগ আৰু বিলাসীপাৰা মহকুমা প্ৰসাশনে উচ্ছেদ চলাইছিল(administration Eviction at Bilashipara)। উচ্ছেদিত ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি(KMSS protest at Bilashipara)আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ ।

KMSS protest at Bilashipara
কৃষক মুক্তিৰ প্ৰতিবাদত উত্তাল বিলাসীপাৰা
author img

By

Published : Sep 7, 2022, 10:00 PM IST

পশ্চিম বিলাসীপাৰা, ৭ ছেপ্টেম্বৰ: বিলাসীপাৰাত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ (KMSS protest at Bilashipara)। বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তত ভুমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদান আৰু উচ্ছেদিত ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ । বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মূৰ্দাবাদ,হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ,ভূমিহীন পৰিয়ালক মাটি পট্টা দিয়ক,ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপন দিয়ক(Demand rehabilitation of landless families)পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ কৰক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই ।

কৃষক মুক্তিৰ প্ৰতিবাদত উত্তাল বিলাসীপাৰা

ইপিনে অতি শীঘ্ৰে বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তত ভুমিহীন পৰিয়ালক মাটিৰ পট্টা দিয়া(KMSS demand for land patta in Bilashipara)আৰু উচ্ছেদিত ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ নকৰিলে সংগঠন দুটাই ৰাজপথত আন্দোলনৰ হুংকাৰ দিয়ে । এই প্ৰতিবাদৰ মাধ্যমৰে বিলাসীপাৰা মহকুমাধিপতি জয় শিৱানীৰ জড়িয়তে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ(Memorandum to CM Dr Himanta Biswa Sarma)প্ৰেৰণ কৰে ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে ।

উল্লেখ্য় যে যোৱা ১৬ মাৰ্চত বিলাসীপাৰাৰ টিলাপাৰা দুধনাথ গাঁৱত বন বিভাগ আৰু বিলাসীপাৰা মহকুমা প্ৰসাশনে উচ্ছেদ চলাইছিল(Sub divisional administration Eviction at Bilashipara)। বন বিভাগৰ মাটিত অবৈধভাৱে বসবাস কৰা প্ৰায় ১০০ টা পৰিয়ালক উচ্ছেদ কৰা হৈছিল । প্ৰশাসনে উচ্ছেদ চলাইছে যদিও পৰিয়ালবোৰক পুনৰ সংস্থাপনৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ।

উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত KMSSএ যোৱা ২৪ মাৰ্চ প্ৰতিবাদ সাব্যস্ত কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে(KMSS protest at Bilashipara)। উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন আৰু ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদানৰ দাবীত বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (KMSS demanding rehabilitation of evicted family)।

লগতে পঢ়ক:জনীয়াত খহনীয়াৰ কালৰূপঃ খহনীয়াৰ কৱলত পৰিছে বেকী দলঙৰ গাইড বান্ধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.