ETV Bharat / state

নৃত্য-গীতেৰে জীপাল হ’ল কৰম উৎসৱ

author img

By

Published : Sep 28, 2020, 12:58 PM IST

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত এই সাংস্কৃতিক উৎসৱ অনুষ্ঠিত হয় ৷ পূৱ বিলাসীপাৰাৰ চাপৰৰ চৈবাৰী ডিভিশ্বন লাইনৰ বাকৰিত উলাহ -মালহেৰে উদযাপন কৰা হৈছে আদিবাসী জনগোষ্ঠীৰ জাতীয় মূল উৎসৱ কৰম উৎসৱ ।

নৃত্য গীতেৰে জীপাল হ’ল কৰম উৎসৱ
নৃত্য গীতেৰে জীপাল হ’ল কৰম উৎসৱ

বিলাসীপাৰা, 28 ছেপ্টেম্বৰ : নৃত্য গীতত প্ৰাণ পাই উঠিছে 16 সংখ্যক কৰম উৎসৱ ৷ পূৱ বিলাসীপাৰাৰ চাপৰৰ চৈবাৰী ডিভিশ্বন লাইনৰ বাকৰিত উলাহ -মালহেৰে উদযাপন কৰা হৈছে আদিবাসী জনগোষ্ঠীৰ জাতীয় মূল উৎসৱ কৰম উৎসৱ ।

নৃত্য গীতত প্ৰাণ পাই উঠিল ১৬ তম কৰম উৎসৱ

পশ্চিম অসমৰ পূৱ বিলাসীপাৰাৰ চাপৰৰ চৈবাৰী ডিভিশ্বন লাইনত প্ৰতিবছৰে অনুষ্ঠিত হয় আদিবাসী সকলৰ কৃষিভিত্তিক ঋতুকালীন উৎসৱ কৰম ৷ এই উপলক্ষে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত এই সাংস্কৃতিক উৎসৱ অনুষ্ঠিত হয় । চৈবাৰী ডিভিশ্বন লাইনৰ বাকৰিত অনুষ্ঠিত এই কৰম উৎসৱ উপলক্ষে পতাকা উত্তোলন, বন্তি প্ৰজ্বলনকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে পৰম্পৰাগত কৰম ৰজাক আখৰালৈ আদৰণি জনাই পবিত্ৰ বেদীত স্থাপন কৰে । ইপিনে পৰম্পৰাগত আদিবাসী সকলৰ ঝুমুৰ নৃত্যই উপস্থিত ৰাইজক বাৰুকৈয়ে আপ্লুত কৰে ৷

লগতে পঢ়ক : "প্ৰাসংগিক প্ৰেক্ষাপট"ত ছাত্ৰনেতা লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.