ETV Bharat / state

ধুবুৰীৰ চৈবাৰী চাহ বাগিছাত কৰম পূজা উদযাপন

author img

By

Published : Sep 14, 2020, 6:41 PM IST

কৰম পূজা উপলক্ষে উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে পূৱ বিলাসীপাৰাৰ চাপৰস্থিত চৈবাৰী চাহ বাগিছা ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত বাগিছাখনত অনুষ্ঠিত কৰা হয় কৰম পূজা ৷

কৰম পূজা উদযাপন
কৰম পূজা উদযাপন

বিলাসীপাৰা, 14 ছেপ্তেম্বৰ: উদুলি-মুদুলি পূৱ বিলাসীপাৰাৰ চাপৰস্থিত চৈবাৰী চাহ বাগিছাৰ বাকৰি ৷ নৃত্য-গীতত প্ৰাণ পাই উঠিছে বাগিছাৰ চৌপাশ ৷ আদিবাসী জনগোষ্ঠীয় লোকসকলৰ জাতীয় উৎসৱ কৰম পূজা উপলক্ষে সোমবাৰে চাহ বাগিছা খনত বিৰাজ কৰে উৎসৱমুখৰ পৰিৱেশে ৷

চৈবাৰী চাহ বাগিছাত কৰম পূজা উদযাপন

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত বাগিছা খনত আদিবাসী লোক সকলৰ কৃষিভিত্তিক ঋতুকালীন উৎসৱ কৰম পূজা অনুষ্ঠিত কৰা হয় ৷ চৈবাৰী চাহ বাগিচাৰ বাকৰিত অনুষ্ঠিত কৰম পূজাত পতাকা উত্তোলন,বন্তি প্ৰজ্বলন,সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ অৱশ্যে কৰ'ণা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে আনবাৰৰ তুলনাত এইবাৰ কিছু অনুষ্টুপীয়াকৈ পালন কৰা হয় কৰম পূজা ৷

লগতে পঢ়ক: প্ৰমোদ বড়োৱে এনডিএফবিৰ 34 বছৰীয়া ত্যাগক বিনষ্ট কৰিছে: ধীৰেণ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.