ETV Bharat / state

দক্ষিণ শালমাৰা মানকাচাৰ জিলাত সাংবাদিকক আক্ৰমণ - অবৈধ কাঠফলা মিল

সচেতন মহলৰ দাবীৰ ভিত্তীত জিলাখনৰ সাংবাদিকৰ দল এটা বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল চাটিভূই এলেকাত । তেনে সময়ত সাংবাদিকৰ দলটোক অবৈধ কাঠফলা মিলৰ গৰাকী কালাম সেখ নামৰ লোক জনে বাতৰি সংগ্ৰহত বাধা প্ৰদান কৰে।

journalist attecked in mancachar
দক্ষিণ শালমাৰা মানকাচাৰ জিলাত সাংবাদিকক আক্ৰমণ
author img

By

Published : Dec 6, 2020, 10:32 PM IST

ধুবুৰী, 6 নৱেম্বৰ : দক্ষিণ শালমাৰা মানকাচাৰ জিলাত সাংবাদিকক আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে । মানকাচাৰৰ চাটিভূইত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক অবৈধ কাঠফলা মিলৰ মালিকে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে ।

দক্ষিণ শালমাৰা মানকাচাৰ জিলাত সাংবাদিকক আক্ৰমণ

দীৰ্ঘ দিনৰ পৰা বন বিভাগৰ ছত্ৰ-ছায়াত অবৈধ কাঠফলা মিলৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগৰ উত্থাপন হৈ আহিছিল ৷ সচেতন মহলৰ দাবীৰ ভিত্তিত জিলাখনৰ সাংবাদিকৰ দল এটা বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল চাটিভূই এলেকাত । তেনে সময়ত সাংবাদিকৰ দলটোক অবৈধ কাঠফলা মিলৰ গৰাকী কালাম সেখ নামৰ লোক জনে বাতৰি সংগ্ৰহত বাধা প্ৰদান কৰে ।

journalist-attecked-in-mancachar

প্ৰথমে সাংবাদিকৰ দলটোক মেনেজ কৰিবলৈ চেষ্টা চলায় । সাংবাদিকৰ দলটো মেনেজ নোহোৱাৰ বাবে লাঠিৰে প্ৰাণে মৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে । ঘটনাৰ পাছতে এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অতি সোনকালে ঘটনাৰ উচিত তদন্ত কৰি দোযীক শাস্তি প্ৰদানৰ দাবী জনাইছে সাংবাদিক মহলে ৷

লগতে পঢ়ক: কাইলৈ প্ৰথম পৰ্যায়ৰ বিটিচি নিৰ্বাচন,কটকটীয়া কৰা হৈছে নিৰাপত্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.