ETV Bharat / state

দক্ষিণ শালমাৰা মানকাচাৰ জিলাত সাংবাদিকক আক্ৰমণ

author img

By

Published : Dec 6, 2020, 10:32 PM IST

সচেতন মহলৰ দাবীৰ ভিত্তীত জিলাখনৰ সাংবাদিকৰ দল এটা বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল চাটিভূই এলেকাত । তেনে সময়ত সাংবাদিকৰ দলটোক অবৈধ কাঠফলা মিলৰ গৰাকী কালাম সেখ নামৰ লোক জনে বাতৰি সংগ্ৰহত বাধা প্ৰদান কৰে।

journalist attecked in mancachar
দক্ষিণ শালমাৰা মানকাচাৰ জিলাত সাংবাদিকক আক্ৰমণ

ধুবুৰী, 6 নৱেম্বৰ : দক্ষিণ শালমাৰা মানকাচাৰ জিলাত সাংবাদিকক আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে । মানকাচাৰৰ চাটিভূইত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক অবৈধ কাঠফলা মিলৰ মালিকে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে ।

দীৰ্ঘ দিনৰ পৰা বন বিভাগৰ ছত্ৰ-ছায়াত অবৈধ কাঠফলা মিলৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগৰ উত্থাপন হৈ আহিছিল ৷ সচেতন মহলৰ দাবীৰ ভিত্তিত জিলাখনৰ সাংবাদিকৰ দল এটা বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল চাটিভূই এলেকাত । তেনে সময়ত সাংবাদিকৰ দলটোক অবৈধ কাঠফলা মিলৰ গৰাকী কালাম সেখ নামৰ লোক জনে বাতৰি সংগ্ৰহত বাধা প্ৰদান কৰে ।

journalist-attecked-in-mancachar

প্ৰথমে সাংবাদিকৰ দলটোক মেনেজ কৰিবলৈ চেষ্টা চলায় । সাংবাদিকৰ দলটো মেনেজ নোহোৱাৰ বাবে লাঠিৰে প্ৰাণে মৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে । ঘটনাৰ পাছতে এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অতি সোনকালে ঘটনাৰ উচিত তদন্ত কৰি দোযীক শাস্তি প্ৰদানৰ দাবী জনাইছে সাংবাদিক মহলে ৷

লগতে পঢ়ক: কাইলৈ প্ৰথম পৰ্যায়ৰ বিটিচি নিৰ্বাচন,কটকটীয়া কৰা হৈছে নিৰাপত্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.