পূৱ বিলাসীপাৰা, ২৮ জানুৱাৰীঃ " অসমৰ ৰাইজৰ ক্ষতি হোৱাকৈ মুখ্যমন্ত্ৰীয়ে কোনো কাম নকৰে লগতে অসমবাসীক শংকিত নহ'বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। " BTR সংক্ৰান্তত মঙলবাৰে সাংবাদিকৰ আগত এই মন্তব্য মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে ৷ মহামায়া মন্দিৰ দৰ্শন কৰিবলৈ আহি পূৱ বিলাসীপাৰাৰ চাপৰ নগৰৰ এক আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে গোস্বামী । লগতে হৃষিকেশ গোস্বামীৰ মঙলবাৰৰ বিভিন্ন কাৰ্যসূচীত তেওঁৰ লগতে অংশগ্ৰহণ কৰে পূৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহী ।
পূৱ বিলাসীপাৰাৰ চাপৰত মূখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী - Hrishikesh Goswami
" BTR সংক্ৰান্তত মঙলবাৰে সাংবাদিকৰ আগত এই মন্তব্য মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে ৷
পূৱ বিলাসীপাৰা, ২৮ জানুৱাৰীঃ " অসমৰ ৰাইজৰ ক্ষতি হোৱাকৈ মুখ্যমন্ত্ৰীয়ে কোনো কাম নকৰে লগতে অসমবাসীক শংকিত নহ'বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। " BTR সংক্ৰান্তত মঙলবাৰে সাংবাদিকৰ আগত এই মন্তব্য মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে ৷ মহামায়া মন্দিৰ দৰ্শন কৰিবলৈ আহি পূৱ বিলাসীপাৰাৰ চাপৰ নগৰৰ এক আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে গোস্বামী । লগতে হৃষিকেশ গোস্বামীৰ মঙলবাৰৰ বিভিন্ন কাৰ্যসূচীত তেওঁৰ লগতে অংশগ্ৰহণ কৰে পূৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহী ।
BTR সংক্ৰান্তত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীৰ প্ৰতিক্ৰিয়া - "অসমৰ ৰাইজৰ ক্ষতি হোৱাকৈ মুখ্যমন্ত্ৰীয়ে কোনো কাম নকৰে । অসমবাসীক শংকিত নহবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে ।
মহামায়া মন্দিৰ দৰ্শন কৰিবলৈ আহি পূৱ বিলাসীপাৰাৰ চাপৰ নগৰৰ এক আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে গোস্বামী । হৃষিকেশ গোস্বামীৰ মঙ্গলবাৰৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে পূৱ বিলাসীপাৰাৰ বিধায়ক- অশোক কুমাৰ সিংহী ।
Byte- হৃষিকেশ গোস্বামী ।Conclusion:
TAGGED:
Hrishikesh Goswami