ETV Bharat / state

ধুবুৰীত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট

ধুবুৰীত গৌৰীপুৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট। অভিযানত ৪৮০০টা পিভন স্পাছ প্লাচ টেবলেট আৰু ৪৯৯টা নিউট্ৰচান প্লাচ টেবলেট জব্দ।

ধুবুৰীত আৰক্ষীৰ অভিযানত জব্দ বৃহত্ পৰিমাণৰ নিচাযুক্ত টেবলেট

author img

By

Published : Oct 8, 2020, 5:56 PM IST

ধুবুৰী, ৮অক্টোবৰ: ধুবুৰীৰ গৌৰীপুৰত বহু পৰিমাণৰ নিচাযুক্ত টেবলেটসহ এখন বাইক জব্দ কৰে আৰক্ষীয়ে। গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীয়ে বজাৰত তালাচী অভিযান চলায়।

ধুবুৰীত আৰক্ষীৰ অভিযানত জব্দ বৃহত্ পৰিমাণৰ নিচাযুক্ত টেবলেট
ধুবুৰীত আৰক্ষীৰ অভিযানত জব্দ বৃহত্ পৰিমাণৰ নিচাযুক্ত টেবলেট

অভিযানত আৰক্ষীয়ে ৪৮০০টা পিভন স্পাছ প্লাচ কেপচুল আৰু ৪৯৯টা নিউট্ৰচান প্লাচ কেপচুল জব্দ কৰে ।

লগতে এখন বাইকো জব্দ কৰিবলৈ সক্ষম হয়। তালাচীৰ সময়ত অসম-বংগ সীমান্তৰ ছাগলীয়াৰ পৰা গৌৰীপুৰ অভিমুখে আহি থকা এখন বাইক ৰখাবলৈ আৰক্ষীয়ে নিৰ্দেশ দিয়ে। কিন্তু বাইক আৰোহীয়ে বাইকখন সেই স্থানতে এৰি পলায়ন কৰে।

লগতে পঢ়ক:প্ৰতিৰক্ষা উদ্যোগৰ বিশ্বমানদণ্ডৰ ঘাটি হ'ব ভাৰত : ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.