ETV Bharat / state

বিলাসীপাৰাত গাওঁ পঞ্চায়তৰ সভাপতিয়ে বিতৰণ কৰিলে মাস্ক

author img

By

Published : May 20, 2021, 10:46 PM IST

বিলাসীপাৰা আনন্দনগৰ বাঙালীপাৰা গাঁও পঞ্চায়তৰ সভাপতি জামাল হকৰ বিনামূলীয়া মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কাৰ্যসূচী ৷

gp-president-free-mask-distribution-at-bangaligaon
বিলাসীপাৰা আনন্দনগৰ বাঙালীপাৰা গাওঁ পঞ্চায়তৰ সভাপতিৰ বিনামূলীয়া মাস্ক বিতৰণ

পশ্চিম বিলাসীপাৰা, 20 মে’: বিলাসীপাৰা আনন্দনগৰ বাঙালীপাৰা গাওঁ পঞ্চায়তৰ সভাপতি জামাল হকৰ প্ৰশংসনীয় পদক্ষেপ । মহামাৰী কৰ’ণায়ে ভয়ংকৰ ৰূপ ধৰা সময়তে এইগৰাকী সভাপতি আগবাঢ়ি আহিল সমাজৰ কল্যানৰ কাৰণে ।

উল্লেখ্য যে, বাঙালীপাৰা ৰাইজ তথা পথাচাৰি, অট’-ৰিক্সা, যাত্ৰীবাহী বাছৰ চালক সকলৰ মাজত বৃহস্পতিবাৰৰ পুৱাৰে পৰা মাস্ক, চেনিটাইজাৰ বিতৰণ কৰি ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনায় । সম্পূৰ্ণ নিজৰ গাঁঠিৰ ধন ভাঙি বিনামূলীয়াকৈ মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে সভাপতি গৰাকীয়ে । সভাপতি গৰাকীৰ এনে মহানুভৱতাক সচেতন মহলে শলাগ লৈছে ।

লগতে পঢ়ক : মুৰফুলনী বাগান প্ৰাথমিক বিদ্যালয়ত ক’ভিড চিকিৎসা কেন্দ্ৰ স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.