ETV Bharat / state

প্ৰসংগ চিণ্ডিকেটঃ গোলকগঞ্জৰ সীমান্ত বাণিজ্যিক কেন্দ্ৰত ডি আই জি

অভিযোগ অনুসৰি ছিণ্ডিকেট চক্ৰই অব্যাহত ৰাখিছে বাংলাদেশলৈ ভাৰতৰ শিল আৰু কয়লাৰ সৰবৰাহ ৷

প্ৰসংগ চিণ্ডিকেটঃ গোলকগঞ্জৰ সীমান্ত বাণিজ্যিক কেন্দ্ৰত ডি আই জি
author img

By

Published : Jun 13, 2019, 7:53 AM IST

গোলকগঞ্জ, 12 জুনঃ বুধবাৰে ধুবুৰীৰ গোলকগঞ্জৰ সীমান্ত বাণিজ্যিক কেন্দ্ৰ পৰিদৰ্শন কৰে অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ৰৌণক আলি হাজৰিকাই ৷ দীৰ্ঘদিনৰ পৰা সীমান্ত বাণিজ্যিক কেন্দ্ৰটোত চলি থকা চিণ্ডিকেটৰ অভিযোগৰ পৰিপ্ৰক্ষেতিতত আজি কেন্দ্ৰটোত উপস্থিত হয় অসম আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকী ৷ অভিযোগ অনুসৰি ছিণ্ডিকেট চক্ৰই অব্যাহত ৰাখিছে বাংলাদেশলৈ ভাৰতৰ শিল আৰু কয়লাৰ সৰবৰাহ ৷

প্ৰসংগ চিণ্ডিকেটঃ গোলকগঞ্জৰ সীমান্ত বাণিজ্যিক কেন্দ্ৰত ডি আই জি

আনকি ৱে ব্ৰীজত জোখ-মাপৰ ক্ষেত্ৰতো ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উঠিছে ৷ অতিৰিক্ত বোজা কঢ়িওৱা ট্ৰাকসমূহক ধনৰ বিনিময়ত পাৰ হ'বলৈ দিয়া হয় বুলি সংবাদ মাধ্যম তথা একাংশ সচেতন মহলৰ মাজত চৰ্চা লাভ কৰাৰ পাছতে আৰক্ষী বিষয়াগৰাকী গোলকগঞ্জৰ সীমান্ত বাণিজ্য কেন্দ্ৰত উপস্থিত হয় ৷ গাড়ীৰ পৰা ননমাকৈয়ে কিছু সময় ৰৈ কেন্দ্ৰটো ত্যাগ কৰে ডি আই জি ৰৌণক আলি হাজৰিকাই ৷

Intro: ধুবুৰী জিলাৰ গোলকগঞ্জৰ আন্তজাতিক সীমান্ত বানিজ্য কেন্দ্ৰত কিছুদিনৰ পৰা বৃদ্ধি পাইছে দূৰ্নীতি | ছিণ্ডিকেট বাহিনীয়ে নিয়ম বহীৰ্ভূত ভাৱে বাংলাদেশলৈ প্ৰেৰণ কৰে শিল কয়লা|
Body: সীমান্ত বানিজ্য কেন্দ্ৰটোৱেদি বাংলাদেশলৈ প্ৰেৰণ কৰে শিল আৰু কয়লা | ছিণ্ডিকেট বাহিনীয়ে আৰক্ষী শুল্কবিভাগৰ লগত গোপন বুজাবুজি কৰি অতিৰিক্ত (ওভাৰলোড) ভাৱে ট্ৰাকেৰে বাংলাদেশলৈ চালান কৰে শিল কয়লাৰ ট্ৰাক| আনহাতে ট্ৰাকবোৰ মাপ জোখৰ ক্ষেত্ৰতো চলিছে আন এক ছিন্ডিকেট | ওৱে ব্ৰীজত নোজোখাকৈয়ে তিনি চাৰিশ টকাৰ বিনিময়ত ওৱাৰলোডকো আণ্ডাৰলোড শ্লিপ প্ৰদান কৰে | ৰাজ্যৰ সংবাদ মাধ্যম সমুহত চৰ্চা হোৱাৰ পিছত আজি পৰিস্থিতিৰ বুজ লৱলৈ কেন্দ্ৰত উপস্থিত হয় অসম আৰক্ষীৰ DIG | কিছু সময় থাকি পৰিস্থিতিৰ বুজ লৈ ঘুৰি
যায়| অৱশ্যে গাড়ীৰ পৰাও নমা নাছিল বিষয়া গৰাকী
Conclusion:

দীৰ্ঘদিন ধৰি ধুবুৰী জিলা আৰক্ষীৰ জ্ঞাতসাৰে চলা দূনীতি ক্ষন্তেক সময়ৰ ভ্ৰমনে কিদৰে ৰোধ কৰিব পাৰিব সময়ত লক্ষনীয় হব
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.