ETV Bharat / state

মানকাচৰত বিজেপিৰ শক্তি প্ৰদৰ্শন

author img

By

Published : Aug 24, 2020, 8:51 PM IST

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে মানকাচৰ সমষ্টিত বিজেপিৰ বৃহৎ শক্তি প্ৰদৰ্শন । মানকাচৰৰ কালাপানী অঞ্চলত বাইক ৰেলীৰে কৰি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে বিজেপিয়ে ।

Election campaign started by BJP workers at Mancachar
সমাগত বিধানসভা নিৰ্বাচনক লৈ শক্তি প্ৰদৰ্শন বিজেপিৰ

ধুবুৰী, 24 আগষ্ট: ২০২১ৰ বিধানসভা নিৰ্বাচনলৈ সাজু হৈছে বিভিন্ন ৰাজনৈতিক দল । নিৰ্বাচনৰ পূৰ্বে সোমবাৰে বাইক ৰেলীৰে মানকাচৰ সমষ্টিৰ সংখ্যালঘু অঞ্চলত শক্তি প্ৰদৰ্শন কৰে বিজেপি কৰ্মীয়ে । মানকাচৰৰ কালাপানী, বাঘাপাৰা, বেঙেৰভিটা গাঁও পঞ্চায়তত বিজেপি কৰ্মীয়ে আৰম্ভ কৰে নিৰ্বাচনী প্ৰচাৰ ।

নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা হ’লে বিজেপিৰ বাবে ভাল বুলি উল্লেখ কৰে বিজেপি কৰ্মীসকলে ।

লগতে পঢ়ক: অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় সমস‍্যা ঘোষণাৰ দাবীৰে আমছুৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.