ETV Bharat / state

বিলাসীপাৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ - বিশ্বনাথ

লোকসভা নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত সংঘটিত বিশ্বনাথৰ ঘটনাৰ আঁৰত তৃতীয় তথা ৰাজনৈতিক শক্তি জড়িত আছে বুলি দাবী কৰে ধুবুৰী জিলা আৰু চাপৰ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে

EFFIGY BURNS
author img

By

Published : Apr 11, 2019, 7:50 PM IST

বিলাসীপাৰা,11এপ্ৰিলঃ ৰাজ্যত অব্যাহত আছে বিশ্বনাথ চাৰিআলিৰ ঘটনাৰ প্ৰতিবাদ। উক্ত কাণ্ডৰ লগত জড়িত প্ৰতিজন দোষীক কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদানৰ দাবীত বিলাসীপাৰা পূৱ সমষ্টিৰ চাপৰত ধুবুৰী জিলা আৰু চাপৰ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷

বিলাসীপাৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ

ধুবুৰী জিলা আৰু চাপৰ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চাপৰ নগৰৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে। লোকসভা নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত সংঘটিত বিশ্বনাথৰ ঘটনাৰ আঁৰত তৃতীয় তথা ৰাজনৈতিক শক্তি জড়িত আছে বুলি দাবী কৰে দল দুটিয়ে।

Intro:বিলাসীপাৰা পূৱ সমষ্টিৰ চাপৰ নগৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণৱালৰ প্ৰতিমূৰ্তি দাহBody:বিলাসীপাৰা পূৱ:

ৰাজ্যত অব্যাহত আছে বিশ্বনাথ চাৰিআলি কাণ্ডৰ প্ৰতিবাদ। উক্ত কাণ্ডৰ লগত জড়িত প্ৰতিজন দোষীক কঠোৰতকৈ কঠৰতম শাস্তি প্ৰদানৰ দাবীত বিলাসীপাৰা পূৱ সমষ্টিৰ চাপৰত ধুবুৰী জিলা আৰু চাপৰ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে চাপৰ নগৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনৱালৰ প্ৰতিমূৰ্তি দাহ কৰে।Conclusion:আনকি এই লোকসভা নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত সংঘটিত বিশ্বনাথৰ ঘটনাৰ আঁৰত তৃতীয় তথা ৰাজনৈতিক শক্তি জড়িত আছে বুলি দাবী কৰে দল দুটিয়ে।

BYTE: KMSS LEADER

FROM UDAYADITYA ROY, BILASIPARA EAST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.