ETV Bharat / state

দিপাৱলী উপলক্ষে দক্ষিণ শালমাৰা মানকাচৰ জিলা যুৱ মৰ্চাৰ ব্যতিক্ৰমী পদক্ষেপ

author img

By

Published : Nov 14, 2020, 5:39 PM IST

চীনা আতচবাজি আৰু চীনা চাকিৰ বিপৰীতে মাটিৰ চাকিৰ সৈতে দিপাৱলী পালন কৰিবলৈ আহ্বান মণ্ডলৰ। শনিবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ একাংশ পৰিয়ালৰ মাজত বিতৰণ কৰিলে মাটিৰ চাকি।

diwali-clebarations-at-dhubri
দীপাৱলীৰ উপলক্ষে দক্ষিণ শালমাৰা মানকাচৰ জিলা যুৱ মৰ্চাৰ ব্যতিক্ৰমী পদক্ষেপ

ধুবুৰী, 14নৱেম্বৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলা যুৱ মৰ্চাৰ ব্যতিক্ৰমী পদক্ষেপ । দিপাৱলীত একাংশ পৰিয়ালৰ মাজত বিতৰণ কৰিলে মাটিৰ চাকি । বৰ্জন কৰাৰ আহ্বান চীনা চাকি । মাটিৰ চাকি বিতৰণ কৰি ৰাইজক সজাগ হোৱাৰ আহ্বান জিলা যুৱ মৰ্চাৰ সভাপতি জাহাংগীৰ আলম মণ্ডলৰ ।

চীনা আতচবাজি আৰু চীনা চাকিৰ বিপৰীতে মাটিৰ চাকিৰ সৈতে দিপাৱলী পালন কৰিবলৈ আহ্বান মণ্ডলৰ । শনিবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ একাংশ পৰিয়ালৰ মাজত বিতৰণ কৰিলে মাটিৰ চাকি । লগতে চীনা সামগ্ৰী বৰ্জন কৰি স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় সকলোকে । সম্প্ৰতি জাহাংগীৰ আলম মণ্ডলৰ এনে পদক্ষেপক শলাগ লৈছে সকলোৱে ।

লগতে পঢ়কঃ কোচ ৰাজবংশী জাতীয় মহাসভাৰ চিৰাং জিলা সমিতি ভংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.