ETV Bharat / state

ভাৰত-বাংলা সীমান্তত গ্ৰেপ্তাৰ চাৰি চোৰাং গৰু সৰবৰাহকাৰী - ভাৰত-বাংলা সীমান্তত গ্ৰেপ্তাৰ চাৰি চোৰাং গৰু সৰবৰাহকাৰী

মানকাচৰৰ ভাৰত-বাংলা সীমান্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰিজনকৈ চোৰাং গৰু সৰবৰাহকাৰী ৷ আদালতে চাৰিও গৰাকী সৰবৰাহকাৰীক ধুবুৰী জে'ল হাজোতলৈ প্ৰেৰণ কৰে ৷

ভাৰত-বাংলা সীমান্তত গ্ৰেপ্তাৰ চাৰিজন চোৰাং গৰু সৰবৰাহকাৰী
author img

By

Published : Nov 23, 2019, 8:59 PM IST

ধুবুৰী, 23 নৱেম্বৰ : মানকাছাৰৰ ভাৰত বাংলা সীমান্তত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায় ৷ শনিবাৰে মানকাছাৰৰ ভাৰত-বাংলা সীমান্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰিজনকৈ চোৰাং গৰু সৰবৰাহকাৰী ৷ তথ্য অনুসৰি, মানকাছাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসৰ নেতৃত্বত চলোৱা অভিযানত মানকাছাৰৰ ভাৰত-বাংলা সীমান্তৰ চৰ কুকুৰমাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় সৰবৰাহকাৰীকেইজনক ৷

ভাৰত-বাংলা সীমান্তত গ্ৰেপ্তাৰ চাৰিজন চোৰাং গৰু সৰবৰাহকাৰী

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গৰুৰ চোৰাং সৰবৰাহকাৰীকেইজন হ'ল কুকুৰমাৰাৰ ছাকুমুদ্দিন,ওমৰ আলী আৰু গজাৰীকান্দীৰ ইফতিকাৰ হুছেইন আৰু ওখৰাবাৰীৰ কালু মিঞা ৷ আৰক্ষীয়ে সৰবৰাহকাৰী কেইজনক আটক কৰি হাটশিঙিমাৰী ন্যায়িক আদালতত হাজিৰ কৰায় তাৰপিচতে আদালতে চাৰিও গৰাকীক ধুবুৰী জে'ল হাজোতলৈ প্ৰেৰণ কৰে ৷

অন্য এক খবৰৰ বাবে ; অষ্টম শ্ৰেণীৰ ছাত্ৰৰ চমক: সাজি উলিয়ালে নাৰিকল ৰোকা যন্ত্ৰ

Intro:দক্ষিণ শালমাৰা মানকাচৰৰ ভাৰত বাংলা সীমান্তত অব্যাহত আছে গৰুৰ চোৰাং কাৰবাৰ। আৰক্ষীৰ অভিযানত পুনৰ মানকাচৰৰ ভাৰত-বাংলা সীমান্তত চাৰিজনকৈ চোৰাং গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ।Body:আৰক্ষীৰ অভিযানত পুনৰবাৰ মানকাচৰৰ ভাৰত-বাংলা সীমান্তত চাৰিজনকৈ চোৰাং গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। জানিব পৰা মতে মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসৰ নেতৃত্বত চলোৱা অভিযানত মানকাচৰৰ ভাৰত-বাংলা সীমান্তৰ চৰ কুকুৰমাৰাৰ পৰা চাৰিজন চোৰাং গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গৰুৰ চোৰাং বেপাৰী কেইজন চৰ কুকুৰমাৰা গাৱঁৰ ছাকুমুদ্দিন, ওমৰ আলী আৰু গজাৰীকান্দী গাৱঁৰ ইফতিকাৰ হুছেইন আৰু ওখৰাবাৰী গাৱঁৰ কালু মিয়া। চাৰিও গৰাকীক আৰক্ষীয়ে আটক কৰি হাটশিঙিমাৰী ন্যায়িক আদালতত হাজিৰ কৰাত আদালতে চাৰিও গৰাকীক ধুবুৰী জে'ল হাজোতলৈ প্ৰেৰণ কৰে।Conclusion:মুঠৰ ওপৰত মানকাচৰ সীমান্তৰে বাংলাদেশলৈ প্ৰতিদিনে চালান হৈছে শ শ চোৰাং গৰু।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.