ধুবুৰী,23মে': "ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ বিজয় নিশ্চিত।" এই দাবী ধুবুৰী ভোট গণনা কেন্দ্ৰত পুৱাই উপস্থিত হৈ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ সৈতে মূল প্ৰতিদ্বন্দিতা হ'ব বুলি দাবী কৰাৰ লগতে তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰে বেপাৰীয়ে। ইপিনে এক্সিত প'লক বিশ্বাস নকৰে বুলি উল্লেখ কৰি ইভিএম জালিয়াতি হোৱাক লৈ শংকা প্ৰকাশ কৰে আবু তাহেৰ বেপাৰীয়ে।
কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ প্ৰতিক্ৰিয়া
বৃহস্পতিবাৰে ভোট গণনা কেন্দ্ৰত পুৱাৰ ভাগতেই উপস্থিত হৈ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ প্ৰথম প্ৰতিক্ৰিয়া । ইভিএম জালিয়াতি হোৱাক লৈ শংকা প্ৰকাশ কংগ্ৰেছ প্ৰাৰ্থী বেপাৰীৰ ৷
কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ প্ৰতিক্ৰিয়া
ধুবুৰী,23মে': "ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ বিজয় নিশ্চিত।" এই দাবী ধুবুৰী ভোট গণনা কেন্দ্ৰত পুৱাই উপস্থিত হৈ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ সৈতে মূল প্ৰতিদ্বন্দিতা হ'ব বুলি দাবী কৰাৰ লগতে তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰে বেপাৰীয়ে। ইপিনে এক্সিত প'লক বিশ্বাস নকৰে বুলি উল্লেখ কৰি ইভিএম জালিয়াতি হোৱাক লৈ শংকা প্ৰকাশ কৰে আবু তাহেৰ বেপাৰীয়ে।
Intro: আজি ভোট গণনা কেন্দ্ৰত পুৱাৰ ভাগতেই উপস্থিত হৈ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ প্ৰথম প্ৰতিক্ৰিয়া।
Body: ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ বিজয় নিশ্চিত। এই দাবী কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে। ভোট গণনা কেন্দ্ৰত পুৱাৰ ভাগতেই উপস্থিত হৈ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ প্ৰথম প্ৰতিক্ৰিয়া। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ সৈতে মূল প্ৰতিদ্বন্দিতা হব বুলি দাবী কৰাৰ লগতে তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰে বেপাৰীয়ে। ইপিনে Exit poll ক বিশ্বাস নকৰে বুলি উল্লেখ কৰি ইভিএম জালিয়াতি হব পাৰে বুলিও শংকা প্ৰকাশ কৰে আবু তাহেৰ বেপাৰীয়ে।
Conclusion: ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।