ETV Bharat / state

জীৱন যুঁজত হাৰ মানিলে সাংবাদিক ছাইফুল ইছলামে - Reporter

নিশা দুই বজাত ঘৰলৈ নি থকা অৱস্থাত আধা বাটতে শেষ নিশ্বাস ত্যাগ কৰিলে যুৱ সংবাদিকজনে ।

ধুবুৰীত সাংবাদিকৰ মৃত্যু
author img

By

Published : Jul 28, 2019, 11:05 AM IST

  • উদীয়মান সাংবাদিক ছাইফুল ইছলাম আৰু নাই
  • Assam Talks নামৰ এক বৈদ্যুতিক মাধ্যমৰ চেনেলৰ ধুবুৰীৰ সাংবাদিক আছিল মৃত ছাইফুল
  • ২২ মে'ত ধুবুৰীৰ বিলাসীপাৰাত এক বাইক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল সংবাদিক গৰাকী
  • গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি কিছু আৰোগ্য লাভ কৰিছিল ছাইফুলে
  • শনিবাৰে নিশা পুনৰ সংকটজনক অৱস্থাত গুৱাহাটী হায়াত হস্পিতালত ভৰ্তি কৰা হৈছিল ইছলামক
  • প্ৰায় পাঁচ বছৰৰ পৰা সংবাদ মাধ্যমৰ সৈতে জড়িত আছিল ছাইফুল ইছলাম
  • উদীয়মান সাংবাদিক গৰাকীৰ মৃত্যুত সমগ্ৰ ধুবুৰী জিলাত শোকৰ ছাঁ

Intro:ধুবুৰীত উদিয়মান সাংবাদিকৰ মৃত্যু।Body:ধুবুৰীৰ উদিয়মান সাংবাদিক ছাইফুল ইছলাম আৰু নাই। Assam Talks নামৰ এটা বৈদ্যুতিক মাধ্যমৰ চেটেলাই চেনেলত ধুবুৰীৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল ছাইফুল।

যোৱা ২২ মে'ত বিলাসিপাৰাত এক বাইক দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হৈছিল তেওঁ।

গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি কিছু আৰোগ্য লাভ কৰিছিল যদিওঁ অৱশেষত মৃত্যুৰ সৈতে যুঁজি যুঁজি হাৰ মানিলে ছাইফুল ইছলামে।

পিছত পুনৰ সংকটজনক অৱস্থাত গুৱাহাটী হায়াত হস্পিতালত ভৰ্তি কৰায়। যদিওঁ নিশা ঘৰলৈ নিয়াৰ সময়তে নিশা দুই বজাত আধা বাটতেই শেষ নিঃশ্বাস ত্যাগ কৰে সাংবাদিক ছাইফুল ইছলামে।

সাংবাদিক ছাইফুলৰ ঘৰ বিলাসীপাৰাৰ ৰাণীগঞ্জত।

বিগত প্ৰায় পাঁচ বছৰৰ পৰা সংবাদ মাধ্যমৰ সৈতে জড়িত আছিল ছাইফুল ইছলাম।

Conclusion:উদিয়মান সাংবাদিক গৰাকীৰ মৃত্যুত সমগ্ৰ জিলা খনত গভীৰ শোকৰ ছাঁ পেলাইছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.