ধুবুৰী,17 অক্টোবৰ: ধুবুৰীৰ আয়ৰণজংলা তৃতীয় খণ্ড গাওঁত শনিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধসহ এজন ব্যাক্তিক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্য মতে ধুবুৰী চহৰ উপ পৰিদৰ্শক মহিদুৰ জামানৰ নেতৃত্বত গোপন তথ্যৰ ভিত্তিত চলা আৰক্ষীৰ বিশেষ অভিযানত ধুবুৰী চহৰৰ সমীপৰ আয়ৰণ জংলা তৃতীয়খণ্ড গাওঁৰ সাহাবুদ্দিন মোল্লা নামৰ লোকৰ পৰা আৰ.চি. নামৰ নিছাযুক্ত কফ চিৰাফৰ ৭২টা বটল উদ্ধাৰ হৈছে ৷ বৰ্তমান ধুবুৰী সদৰ আৰক্ষী থানাত ব্যক্তিজনক জেৰা চলাই থকা হৈছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷
ধুবুৰী আৰক্ষীৰ হাতত আটক নিচাযুক্ত দ্ৰব্যসহ এজন - শণিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধ সহ এজন ব্যাক্তিক কৰায়ত্ব
আয়ৰণজংলা তৃতীয় খণ্ড গাওঁত আৰক্ষীৰ অভিযান । বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় ঔষধসহ এজনক গ্ৰেপ্তাৰ

ধুবুৰী,17 অক্টোবৰ: ধুবুৰীৰ আয়ৰণজংলা তৃতীয় খণ্ড গাওঁত শনিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধসহ এজন ব্যাক্তিক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্য মতে ধুবুৰী চহৰ উপ পৰিদৰ্শক মহিদুৰ জামানৰ নেতৃত্বত গোপন তথ্যৰ ভিত্তিত চলা আৰক্ষীৰ বিশেষ অভিযানত ধুবুৰী চহৰৰ সমীপৰ আয়ৰণ জংলা তৃতীয়খণ্ড গাওঁৰ সাহাবুদ্দিন মোল্লা নামৰ লোকৰ পৰা আৰ.চি. নামৰ নিছাযুক্ত কফ চিৰাফৰ ৭২টা বটল উদ্ধাৰ হৈছে ৷ বৰ্তমান ধুবুৰী সদৰ আৰক্ষী থানাত ব্যক্তিজনক জেৰা চলাই থকা হৈছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।