ETV Bharat / state

ধুবুৰীত টেট শিক্ষয়িত্ৰীৰ মৃত্যু সন্দৰ্ভত কি কয় মাতৃয়ে? - ভেৰভেৰী প্ৰাথমিক বিদ্যালয়

ধুবুৰীৰ বিলাসীপাৰাৰ ভেৰভেৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মমতা কুমাৰী গুপ্তাৰ ৰহস্যজনক ৰহস্যজনক আত্মহত্যাৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে বিলাসীপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সাহ আলমক । কন্যা মমতা কুমাৰী গুপ্তাই কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে বুলি দাবী কৰিছে শিশ্ৰীয়িত্ৰীগৰাকীৰ মাতৃগৰাকীয়ে ৷

মমতা কুমাৰী গুপ্তাৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাৰ নতুন মোৰ
author img

By

Published : Jun 2, 2019, 8:08 PM IST

Updated : Jun 2, 2019, 8:13 PM IST

ধুবুৰী, 2 জুনঃ চাৰি দিন উকলিল ধুবুৰীৰ বিলাসীপাৰাৰ ভেৰভেৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মমতা কুমাৰী গুপ্তাৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাৰ ৷ সাহ আলম নামৰ এজন ভণ্ড প্ৰেমিকে ফেচবুকত কিছুসংখ্যক আপত্তিজনক ফটো আপলোড দিয়াৰ পিছতেই টেট শিক্ষয়িত্ৰী ৰাকীয়ে আত্মহত্যা কৰা বুলি অভিযোগ উঠিছিল ৷ এই ৰহস্যজনক আত্মহত্যাৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে বিলাসীপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সাহ আলমক । কিন্তু ঘটনাৰ তিনি দিন পাৰ হোৱাৰ পিছতহে মুখ খুলিছে শিক্ষয়িত্ৰীগৰাকীৰ মাতৃ মায়াৰণীয়ে ৷ আত্মহত্যাৰ আঁৰত সাহ আলমক গ্ৰেপ্তাৰৰ পিছতো সাহ আলমৰ বিষয়ে কোনো প্ৰতিক্ৰিয়া নাই মাতৃৰ । তথাপিও কন্যা মমতা কুমাৰী গুপ্তাই কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে বুলিও দাবী কৰে মাতৃয়ে । মাতৃগৰাকীৰ দাবী তিনি বছৰৰ পৰা মমতাই ট্ৰেন্সফাৰৰ বাবে দাবী কৰি আহিছিল যদিও কোনো লোকে বাধা প্ৰদান কৰি আহিছিল বিভাগীয় কাৰ্যালয়ত । যাৰ বাবে ট্ৰেন্সফাৰৰ বিষয়টো লৈ চিন্তিত আছিল মমতা কুমাৰী গুপ্তা ৷

মমতা কুমাৰী গুপ্তাৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাৰ নতুন মোৰ

ইপিনে ট্ৰেন্সফাৰৰ বিষয়টো লৈ মাতৃয়ে শিক্ষা বিভাগক দোষাৰোপ কৰাৰ পিছতে বিলাসীপাৰা প্ৰাথমিক শিক্ষা বিষয়া মনোজ কুমাৰ ফুকনৰ মন্তব্য-মৃত্যুৰ আগ মুহূৰ্তলৈকে মমতাই ট্ৰেন্সফাৰৰ বিষয়টো লৈ কোনো আবেদন কৰা নাছিল বিভাগীয় কৰ্তৃপক্ষক । কেৱল সেয়াই নহয়, মাতৃগৰাকীয়ে পুত্ৰৰ বাবে শিৱা ল'জত অপেক্ষা কৰি থকাৰ সময়তে শনিবাৰে নিশা হঠাৎ মমতাৰ পিতৃ আহি উপস্থিত হয় ধুবুৰীত । পত্নীৰ সৈতে কোনো যোগাযোগ নকৰাকৈয়ে ধুবুৰী অসামৰিক চিকিৎসালয়ৰ পৰা মমতাৰ মৃতদেহ চমজি লৈ নিশাৰ ভাগতেই তিনিচুকীয়া লৈ ৰাওনা হয় মৃত শিক্ষয়িত্ৰীগৰাকীৰ পিতৃ । মাতৃয়ে কন্যাৰ মৃতদেহ সৎকাৰৰ বাবে যো-জা চলাই থকাৰ সময়তে পিতৃয়ে সংগোপনে আহি কন্যাৰ মৃতদেহ লৈ যোৱা ঘটনাই আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত পিতৃ-মাতৃৰ মাজত সংঘাত চলি থকা বুলি জানিব পৰা গৈছে ৷

Intro:Body:SLUG- STUDENTS SONGBORSHONA

কৰিমগঞ্জ জিলাৰ
পাথাৰকান্দি সমষ্টিৰ বাজাৰিছৰাৰ অঞ্চলৰ
অন্তৰ্গত লিটিল ফ্লাওৱাৰ ইংলিচ মিডিয়াম স্কুলত শনিবাৰ অনুষ্ঠিত হৈ এক বিশেষ অনুষ্ঠান আৰু এই অনুষ্ঠান টু বিশেষ ভাবে পৰিচালনা কৰিছে অখিল ভাৰতীয়
বিদ্যাৰ্থী পৰিষদে। এই অনুষ্ঠানখন পৰিচালনা কৰাৰ মুখ্য উদ্দেশ্য হৈছে 2019চনৰ দুখীয়া দৰিদ্ৰ পৰিয়াল ছাত্ৰ আৰু ছাত্ৰী যি সকলে ভাল নম্বৰত পাছ কৰি নিজ নিজ গ্ৰামৰ লগত নিজ নিজ স্কুলৰো ভাল নাম কৰিছে।তেওঁ লোকৰ এই ভাল নম্বৰ অনাৰ পিছত আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আজি লোৱাইৰপোৱা আৰু বাজাৰিছৰাৰ বিভিন্ন পৰ্যায়ৰ স্কুল ওৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিকৰ প্ৰথম পৰ্যায়ৰ ছাত্ৰ আৰু ছাত্ৰী সকলোলৈকে গামোচা আৰু কলম দিয়ে বিশেষ ভাবে সংবৰ্ধনা জনায় । অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে , আৰু তেওঁলোকৰ ভৱিষ্যত যেন আৰু ভাল ফল প্ৰাপ্তি কৰে । অনুষ্ঠানত উপস্থিত আছিল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ শাখা সম্পাদক " প্ৰদীপ দেৱ নাথ", "মিঠু নাথ" " পুলক দাস" "সাহিল খান" "আৰু লগত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকর্তা সকলে। এই অনুষ্ঠানত উপস্থিত আছিল , " বাবলা ভট্টাচাৰ্য্য, শ্ৰী শান্তা কৰ পুৰকায়স্থ, " অমিতাভ দে,
আৰু এই অনুষ্ঠানত বিশ(20) গৰাকী ছাত্ৰ আৰু ছাত্ৰী জনৰ সংবৰ্ধনা জনানো হয়।

পাথাৰকান্দিৰ পৰা সঞ্জীত কৈৰী ইটিভি ভাৰত অসমConclusion:
Last Updated : Jun 2, 2019, 8:13 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.