ETV Bharat / state

ভোট গণনাৰ প্ৰস্তুতি সম্পূৰ্ণ ধুবুৰীত - অনন্তলাল জ্ঞানী

২৩ মে’ ত লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ধুবুৰীত ৷ এই কথা উল্লেখ কৰিছে ধুবুৰীৰ উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে ৷

ভোট গণনাৰ প্ৰস্তুতি সম্পূৰ্ণ ধুবুৰীত
author img

By

Published : May 18, 2019, 6:00 PM IST

Updated : May 18, 2019, 7:39 PM IST

ধুবুৰী, 18 মে’: অহা ২৩ মে’ত লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ধুবুৰীত। ধুবুৰী লোকসভাৰ নিৰ্বাচনী বিষয়া তথা ধুবুৰীৰ উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে এই সন্দৰ্ভত এখন বৈঠকত মিলিত হয় ৷ বৈঠকৰ পিচতেই সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে। উল্লেখযোগ্য যে ধুবুৰী লোকসভাৰ ভোট গণনা ধুবুৰী,বিলাসীপাৰা,গোৱালপাৰা আৰু হাটশিঙিমাৰী অনুষ্ঠিত হ’ব ৷ ইয়াৰ বাবে প্ৰতিটো কাউন্টিং হলত আন আন ব্যৱস্থাৰ লগতে সংবাদ মাধ্যমৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

ভোট গণনাৰ প্ৰস্তুতি সম্পূৰ্ণ ধুবুৰীত

ধুবুৰী লোকসভাৰ চাৰিটা ভোট গণনা কেন্দ্ৰৰ বাবে প্ৰায় এহেজাৰ কৰ্মচাৰী নিয়োগ কৰা হৈছে ৷ অহা ২৩ তাৰিখে ৰাতিপুৱা ৭ বজাত ষ্ট্ৰং ৰূম খুলি প্ৰথমতে ইভিএম সমূহ ভোট গণনা কক্ষ লৈ অনাৰ পাচত 8 বজাৰ পৰা ভোট গণনা আৰম্ভ হ’ব । ইপিনে দহটা বিধান সভা সমষ্টিৰ ভিভিপেট সমূহৰ ভোট গণনা কৰা হ’ব। প্ৰতিটো সমষ্টিৰ পাঁচটাকৈ ভিভিপেট থাকিব । আনহাতে ভোট গণনা কক্ষত সংবাদ মাধ্যমৰ লগতে কোনো বিষয়া কৰ্মচাৰী আৰু ৰাজনৈতিক নেতাই ম’বাইল লৈ প্ৰৱেশ কৰিব নোৱাৰিব বুলিও উল্লেখ কৰে জিলা উপায়ুক্ত জ্ঞানীয়ে ।

SLUG- A_DHB_801_802_18MAY_PRESS_MEET_ON_COUNTING_VIS+BYTE_SHAHANUR
( Files send through Mojo )

     oc/vo:- অহা ২৩ মেত নিৰ্বাচনৰ ভোট গণনাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ধুবুৰীত। ধুবুৰী লোকসভাৰ নিৰ্বাচনী বিষয়া তথা ধুবুৰীৰ উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে আজি ধুবুৰীত অনুষ্ঠিত এক সংবাদ মেলত এই তথ্য সদৰি কৰে। উল্লেখযোগ্য যে ধুবুৰী লোকসভাৰ ভোট গণনা ধুবুৰী, বিলাসীপাৰা, গোৱালপাৰা আৰু হাটশিঙিমাৰী অনুষ্ঠিত হব।ইয়াৰ বাবে প্ৰতিটো কাউন্টিং হলত আন আন ব্যৱস্থাৰ লগতে সংবাদ মাধ্যমৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহন কৰিছে। ধুবুৰী লোকসভাৰ চাৰিটা ভোট গণনা কেন্দ্ৰৰ বাবে প্ৰায় এহেজাৰ কৰ্মচাৰী নিয়োগ কৰা হৈছে আৰু ২৩ তাৰিখে ৰাতিপুৱা ৭ বজাত ষ্ট্ৰং ৰূম খুলি প্ৰথমতে ইভিএম সমূহ ভোট গণনা কক্ষ লৈ আট বজাৰ পৰা ভোট গণনা আৰম্ভ হব। আৰু দহটা বিধান সভা সমষ্টিৰ ভিভিপেড সমূহৰ ভোট গণনা কৰা হব। প্ৰতিটো সমষ্টিৰ পাঁচটাকৈ ভিভিপেড থাকিব। আনহাতে ভোট গণনা কক্ষত সংবাদ মাধ্যমৰ লগতে কোনো বিষয়া কৰ্মচাৰী আৰু ৰাজনৈতিক নেতাই মোবাইল লৈ প্ৰৱেশ কৰিব নোৱাৰিব বুলিও উল্লেখ কৰে জিলা উপায়ুক্ত জ্ঞানীয়ে।

Byte:-  অনন্তলাল জ্ঞানী
          উপায়ুক্ত, ধুবুৰী।

       ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
Last Updated : May 18, 2019, 7:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.