ETV Bharat / state

ভক্তিৰসেৰে মুখৰিত ধেমাজিৰ পৰমানন্দ আতাক্ষেত্ৰ - NORTH EAST INDIA LARGEST RELIGIOUS ORGANIZATION SANKAR DEV SANGHA

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ ৭৯ সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে ধেমাজিৰ ভৰালীচুকৰ পৰমানন্দ আতা ক্ষেত্ৰত এদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে সম্পন্ন হৈ যায় বাৰ্ষিক অধিবেশনখিনি ৷

ভক্তিৰসেৰে মুখৰিত ধেমাজিৰ পৰমানন্দ আতাক্ষেত্ৰ

author img

By

Published : Jan 20, 2020, 9:35 AM IST

ধেমাজি,১৯ জানুৱাৰী : হাজাৰ হাজাৰ ভক্তৰ পদধূলাৰে ৰঞ্জিত ধেমাজি ৷ দেওবাৰে অনুষ্ঠিত হ'ল ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ ৭৯ সংখ্যক বাৰ্ষিক অধিৱেশন ৷ দেওবাৰে পুৱাৰ ভাগত সপ্ত বৈকুণ্ঠলৈ পৰিণত হয় ধেমাজিৰ ভৰালীচুকৰ পৰমানন্দ আতা ক্ষেত্ৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ ৭৯ সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে ভৰালীচুকস্থিত জিলা শাখাৰ নামঘৰ তথা পৰমানন্দ আতা ক্ষেত্ৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন হয় বৰ্ণিল কাৰ্যসূচী। পূৱা পৰিৱেশ নিকা কৰণ কাৰ্যসূচীৰে অনুষ্ঠানৰ আৰম্ভণি হোৱাৰ পিছত ধৰ্ম ধ্বজ্জা উত্তোলন,গুৰু আসন প্ৰতিষ্ঠা,শৰাই অৰ্পণ,খোল প্ৰসংগ,নাম প্ৰসংগৰ পিছতেই দুপৰীয়া গ্ৰন্থ উন্মোচনী সভা উদ্বোধন কৰে বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শিৰোমণি বৰুৱাই । লগতে একেটা অনুষ্ঠানতে স্মৃতি গ্ৰন্থ উন্মোচন কৰে সাহিত্যিক পেন্সনাৰ বিপিন চুতীয়াই ।

ভক্তিৰসেৰে মুখৰিত ধেমাজিৰ পৰমানন্দ আতাক্ষেত্ৰ

ইপিনে শংকৰ-মাধৱ গুৰুজনাৰ আদৰ্শৰ প্ৰতি সন্মান জনাই গুৰু দুজনাই দি যোৱা পথ অনুসৰণ কৰি আৰু শিক্ষিত হৈ আগাবাঢ়ি গলেহে অসমীয়া ভাষা,সংস্কৃতি ৰক্ষা হ'ব বুলি মন্তব্য কৰে স্মৃতি গ্ৰন্থৰ উপ সমিতিৰ সম্পাদকগৰাকীয়ে।

লগতে চাওকঃবৰ্ণিল কাৰ্যসূচীৰ মাজুলীত আৰম্ভ অসম ভাওনা সমাৰোহ

Intro:ভক্তিৰসেৰে মুখৰিত পৰমানন্দ আতাক্ষেত্ৰ

Body:

ধেমাজি , ,১৯ জানুৱাৰী : ৰাজ্যত কা বিৰোধী প্ৰতিবাদ অব্যাহত থকা সময়তে দেওবাৰে পুৱা ভাগৰ পৰা ভক্তি ৰসত নিমজ্জিত হল ধেমাজি ভৰালীচুকৰ পৰমানন্দ আতা ক্ষেত্ৰ ।শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ ৭৯ সংখ্যক বাৰ্ষিক অধিৱেশন খনি ভৰালীচুকস্থিত জিলা শাখাৰ নামঘৰ তথা পৰমানন্দ আতা ক্ষেত্ৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন হয় ।পূৱা পৰিৱেশ নিকাৰনৰে আৰম্ভ হোৱা পিছত ধৰ্ম ধৰ্বজা উত্তোলন , গুৰু আসন প্ৰতিষ্ঠা , শৰাই অৰ্পন ,খোল প্ৰসংগ , নাম প্ৰসংগ ৰ পিছতেই দুপৰীয়া গ্ৰন্থ উন্মোচনী সভা উদ্বোধন কৰে বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শিৰোমণি বৰুৱাই ।
স্মৃতি গ্ৰন্থ উন্মোচন কৰে সাহিত্যিক পেন্সনাৰ বিপিন চুতীয়াই ।

byte...1., হোমেন কোঁৱৰ , সম্পাদক, আদৰণি সমিতি ।

Conclusion:ইপিনে শংকৰ - মাধৱৰ আদৰ্শ নীতি সন্মান জনাই গুৰু দুজনাই দি যোৱা পথ অনুসৰণ কৰি আৰু শিক্ষিত হৈ আগাবাঢ়ি গলেহে অসমীয়া ভাষা , সংস্কৃতি ৰক্ষা হব বুলি মন্তব্য কৰে স্মৃতি গ্ৰন্থৰ উপসমিতিৰ সম্পাদকগৰাকীয়ে ।

byte 2 : নিতুল বৰুৱা , সম্পাদক , স্মৃতি গ্ৰন্থৰ উপসমিতি

pradunya Bharali , Dhemaji , Assam, 19/1/2020
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.