ETV Bharat / state

লোকসভা নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি ধেমাজি প্ৰশাসনৰ - গ্ৰামোন্নয়ন অভিকৰণ প্ৰেক্ষাগৃহ

আগন্তুক লোকসভা নিৰ্বাচনৰ ১৪ নং লক্ষীমপুৰ লোকসভা সমষ্টিৰ অন্তগত ১১৩ নং ধেমাজি বিধান সভাৰ সমষ্টিত সুকলমে নিবাচনী প্ৰক্ৰিয়া সম্পাদনৰ বাবে ধেমাজি প্ৰশাসনে চলাইছে ব্যাপক প্ৰস্তুতি ।

লোকসভা নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি ধেমাজি প্ৰশাসনৰ
author img

By

Published : Mar 12, 2019, 12:46 AM IST

ধেমাজি, ১১ মাৰ্চঃ সোমবাৰে ধেমাজি গ্ৰামোন্নয়ন অভিকৰণ প্ৰেক্ষাগৃহত আয়োজিত কৰা হয় এক সংবাদমেলত ধেমাজি জিলা উপায়ুক্ত মানবেন্দ্ৰ সিঙে সদৰি কৰা মতে ১১ এপ্ৰিল ত অনুষ্ঠিত লোকসভা নিৰ্বাচনত ধেমাজি সমষ্টিত ২৩৫৯৮৬ ভোটাৰে ভোটদান সাৱ্যস্ত কৰিব । ইয়াৰে পুৰুষ ভোটাৰ ১১৯৯৩৩ জনৰ বিপৰীতে মহিলা ভোটাৰ ১১৬০৫৩ জন । সমষ্টি টোত ২৮১ টা ভোটকেন্দ্ৰৰ ভিতৰত দুটা সমস্যা যুক্ত , ১৩০ টা স্পৰ্শকাতৰ ,আৰু ৪৫ টা ভোটকেন্দ্ৰ অতি স্পৰ্শকাতৰ হিচাবে প্ৰশাসনে চিহ্নিত কৰিছে । ইপিনে সমষ্টিত চৰকাৰী কমচাৰী ভোট ৭৪৪ টা , আৰু ডি ভোটাৰ ৫৯৫ টা বিপৰীতে দিব্যাংগ ৰ ভোটাৰ হ'ল ৭৫৮ টা । ইপিনে সমষ্টিটোত এইবাৰ মুঠ ১৫ টা ভোটকেন্দ্ৰ ত থাকিব ৱেব কাষ্টিংৰ ব্যৱস্থা ।

লোকসভা নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি ধেমাজি প্ৰশাসনৰ

ইফালে সংবাদমেলত অংশগ্ৰহণ কৰি ধেমাজিৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীৰে জনোৱা মতে ধেমাজি সমষ্টিৰ প্ৰতিটো ভোটকেন্দ্ৰত এগৰাকী কনিষ্টবল আৰু হোমগাডক নিৰাপত্তাৰ দায়িত্ব ন্যস্ত কৰা ৰ উপৰিও সমগ্ৰ দিশ চোৱা চিতাৰ বাবে সমষ্টিটোত প্ৰায় ১৫ টা নিৰাপত্তা কোম্পানী নিয়োগ কৰা হ'ব ।

Intro:লোক সভা নিবাচনৰ ব্যাপক প্ৰস্তুতি ধেমাজি প্ৰশাসনৰ

Body:আগন্তুক লোকসভা নিবাচনৰ ১৪ নং লক্ষীমপুৰ লোকসভা সমষ্টিৰ অন্তগত ১১৩ নং ধেমাজি বিধান সভাৰ সমষ্টিত সুকলমে নিবাচনী প্ৰক্ৰিয়া সম্পাদনৰ বাবে ধেমাজি প্ৰশাসনে চলাইছে ব্যাপক প্ৰস্তুতি ৰ ।সোমবাৰে ধেমাজি গ্ৰামোন্নয়ন অভিকৰন প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদ মেলত ধেমাজি জিলা উপায়ুক্ত মানবেন্দ্ৰ সিঙে সদৰি কৰা মতে ১১ এপ্ৰিল ত অনুষ্ঠিতব্য লোক ষভা নিবাচনত ধেমাজি সমষ্টিত ২৩৫৯৮৬ ভোটাৰে ভোটদান সাৱ্যস্ত কৰিব ।ইয়ৰে পুৰুষ ভোটাৰ ১১৯৯৩৩ জনৰ বিপৰীতে মহিলা ভোটাৰ ১১৬০৫৩ জন ।সমষ্টি টোত ২৮১ টা ভোটকেন্দ্ৰ ৰ ভিতৰত দুটা সমস্যা যুক্ত , ১৩০ টা স্পৰ্শকাতৰ ,আৰু ৪৫ টা ভোটকেন্দ্ৰ অতি স্পৰ্শকাতৰ হিচাবে প্ৰশাসনে চিহ্নিত কৰিছে । ইপিনে সমষ্টিত চৰকাৰী কমচাৰী ভোট ৭৪৪ টা , আৰু ডি ভোটাৰ ৫৯৫ টা বিপৰীতে দিব্যাংগ ৰ ভোটাৰ হল ৭৫৮ টা । ইপিনে সমষ্টিটোত এইবাৰ মুঠ ১৫ টা ভোটকেন্দ্ৰ ত থাকিব ৱেব কাষ্টিংৰ ব্যৱস্থা । speech + byte DC ইফালে সংবাদ মেলত অংশগ্ৰহণ কৰি ধেমাজি ৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীৰে জনোৱা মতে ধেমাজি সমষ্টিৰ প্ৰতি টো ভোটকেন্দ্ৰ ত এগৰাকী কনিষ্টবল আৰু হোমগাডক নিৰাপত্তা ৰ দায়িত্ব ন্যস্ত কৰা ৰ উপৰিও সমগ্র দিশ চোৱা চিতাৰ বাবে সমষ্টিটোত প্ৰায় ১৫ টা নিৰাপত্তা কোম্পানী নিয়োগ কৰা হব । speech..SP pradunya Bharali , Dhemaji , Assam, 11/3/2019

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.