ETV Bharat / state

বিলাসীপাৰাত বিদ্যুৎ স্পৃষ্টহৈ নিহত দুই - খেতি পথাৰত বৈদ্যুতিক মটৰৰে পানী দি থকা অবস্থাত

একেদিনাই বিলাসীপাৰাত বিদ্যুৎ স্পৃষ্ট হৈ নিহত দুজন লোক ৷ নায়েৰ আলগা আৰু ঢালা গুটিপাৰাত গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ নায়েৰ আলগা আৰক্ষীয়ে মৃতদেহ দুটা মৰোণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে ৷

Death two person in bilashipara due to electrical shock
বিলাসীপাৰাত বিদ্যুৎ স্পৃষ্ট হৈ নিহত হয় দুজন
author img

By

Published : May 10, 2020, 3:38 PM IST

বিলাসীপাৰা, 10 মে' : কভিড-19 আতংকৰ মাজতে দেওঁবাৰে বিলাসীপাৰাত এক শোকাৱহ ঘটনা সংঘটিত হয় ৷ পৃথকে পৃথকে বিদ্যুৎ স্পৃষ্ট হৈ নিহত হয় দুজন কৈ ব্যক্তি ৷ বিলাসীপাৰাৰ নায়েৰ আলগা আৰু ঢালা গুটিপাৰা গাঁৱত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা ৷ খেতি পথাৰত বৈদ্যুতিক মটৰৰে পানী দি থকা অৱস্থাত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু মুখত পৰে এজন লোক ৷

বিলাসীপাৰাত বিদ্যুৎ স্পৃষ্ট হৈ নিহত হয় দুজন

আনহাতে, পথাৰত ছিঙি থকা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ তাঁৰত লাগি নিহত হয় আন এজন লোকৰ ৷

ঘটনাস্থলীত নায়েৰ আলগা আৰক্ষী চকীৰ বিষয়া উপস্থিত হৈ মৃতদেহ দুটা মৰোণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে ৷ একেদিনাই দুজন ব্যক্তিৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক : দীঘলীয়া লক্ ডাউনঃ চূড়ান্ত সিদ্ধান্ত ল'লে ৰিক্সাচালকে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.