ETV Bharat / state

ধুবুৰীৰ ৫০ জন কয়দীক বণ্ডত মুকলি

author img

By

Published : Apr 1, 2020, 3:05 PM IST

কৰ'ণা ভাইৰাছ সংক্ৰমণৰ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰীৰ ৫০ জন কয়দীক বণ্ডত মুকলি কৰা হৈছে।

Coronavirus update:50 prisoners bail on bond at dhubri
ধুবুৰীৰ ৫০ জন কয়দীক বণ্ডত মুকলি

ধুবুৰী,1 এপ্ৰিলঃ দেশ তথা ৰাজ্যত মহামাৰী কৰ'ণা ভাইৰাছে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰি অহাৰ ফলত দেশত জাৰি কৰা হৈছে লক ডাউন । মূলতঃ লক ডাউনৰ সময়ত সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে চৰকাৰে আহ্বান জনাইছে । চৰকাৰৰ আহ্বান আৰু সামাজিক দূৰত্বৰ প্ৰতি লক্ষ্য কৰি ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে ধুবুৰী কাৰাগাৰ কৰ্তৃপক্ষই। ধুবুৰী কাৰাগাৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি যোৱা দুদিনৰ পৰা বিভিন্ন গোচৰত অভিযুক্ত মুঠ ৫০ জনকৈ কয়দীক নিজস্ব বণ্ডত মুকলি কৰি দিয়া হৈছে । সকলোকে ১৪ দিনলৈকে নিজৰ নিজৰ ঘৰত থাকিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। সেই অনুসৰি প্ৰত্যককে বিভাগীয় বাহনেৰে নি পৰিয়ালক চমজাই দিয়া হৈছে।

ধুবুৰীৰ ৫০ জন কয়দীক বণ্ডত মুকলি

লগতে পঢ়কঃকৰ’ণা ভাইৰাছত আক্ৰান্তৰ শেহতীয়া তথ্য...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.