ETV Bharat / state

চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ'ণাৰ আতংক

author img

By

Published : Apr 30, 2021, 7:03 AM IST

শেহতীয়াভাৱে পূৱ-বিলাসীপাৰাৰ চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচতে আতংকই বিৰাজ কৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক-অভিভাৱিকাৰ মাজত ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষকে তাৎক্ষণিকভাৱে বিদ্যালয়খনৰ পাঠদান 3 মে'লৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে ৷

AS_BLP_EAST_Corona_panic_at_Chapar_higher_secondary_school_img_ASC10022
চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ'ণাৰ আতংক

ধুবুৰী, 30 এপ্ৰিল: ৰাজ্যৰ আন আন জিলা সমূহৰ দৰে ধুবুৰীতো দৈনিক বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ শেহতীয়াভাৱে পূৱ-বিলাসীপাৰাৰ চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচতে আতংকই বিৰাজ কৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক-অভিভাৱিকা সকলৰ মাজত ৷

বুধবাৰে বিদ্যালয়খনৰ এগৰাকী শিক্ষকৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰাৰ পাচত বৃহস্পতিবাৰে বিদ্যালয়খনৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীয়ে স্বাস্থ্য পৰীক্ষা কৰোৱাত এগৰাকী কৰ্মচাৰীৰ দেহত কৰ’ণা সংক্ৰমণ ধৰা পৰে ৷ ইয়াৰ পিছতে বিদ্যালয়খনৰ প্ৰধান শিক্ষকে তাৎক্ষণিকভাৱে বিদ্যালয়খনৰ পাঠদান 3 মে'লৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে ৷

লগতে পঢ়ক: জীৱন মৰাণৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল ক’ভিড নিগেটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.