ETV Bharat / state

পশ্চিম অসমৰ পূৱ বিলাসীপাৰাত কংগ্ৰেছৰ নিৰ্বাচনী তৎপৰতা

author img

By

Published : Jan 3, 2021, 8:53 PM IST

বিজেপি দলক শাসনৰ গাদীৰ পৰা উৎখাত কৰিবলৈ বিভিন্ন ধৰণে ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত কংগ্ৰেছ দল । দলটোক বুথ পৰ্যায়ৰ পৰা শক্তিশালী কৰিবলৈ কুছকাৱাজ ৰচনা কৰিছে কংগ্ৰেছ দলে ।

পশ্চিম অসমৰ পূৱ বিলাসীপাৰাত কংগ্ৰেছৰ নিৰ্বাচনী তৎপৰতা
পশ্চিম অসমৰ পূৱ বিলাসীপাৰাত কংগ্ৰেছৰ নিৰ্বাচনী তৎপৰতা

পূৱ বিলাসীপাৰা,৩জানুৱাৰী: বিধান সভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বৰ পৰাই নিৰ্বাচনী যুজঁত অৱতীৰ্ণ হ’বলৈ সাজু হৈছে ৰাজ্যৰ ৰাজনৈতি দল সমূহ । তাৰ সমান্তৰভাৱে বিজেপি দলক শাসনৰ গাদীৰ পৰা উৎখাত কৰিবলৈ বিভিন্ন ধৰণে ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত কংগ্ৰেছ দল । দলটোক বুথ পৰ্যায়ৰ পৰা শক্তিশালী কৰিবলৈ কুছকাৱাজ ৰচনা কৰিছে কংগ্ৰেছ দলে ।

পশ্চিম অসমৰ পূৱ বিলাসীপাৰা সমষ্টিত দেখা গ’ল কংগ্ৰেছ দলৰ প্ৰাক নিৰ্বাচনী তৎপৰতা । সমষ্টিটোৰ ধীৰঘাটত চাপৰ-শালকোচা ব্লক কংগ্ৰেছৰ অধীনস্থ ১৮০ টা বুথ সমিতিৰ সভাপতি আৰু আহ্বায়কৰ উপস্থিতিত অনুষ্ঠিত হয় এখন সভা । সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃবৃন্দৰ উপস্থিতিত থকা দেখা যায় ৷

লগতে পঢ়কঃ 18 শতাংশ বৃদ্ধিৰে আবকাৰী বিভাগে সংগ্ৰহ কৰিলে অভিলেখসংখ্যক কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.