ETV Bharat / state

আবু তাহেৰ বেপাৰীৰ প্ৰাৰ্থিত্বক লৈ উৎফুল্লিত কংগ্ৰেছ কৰ্মী - DHUBURI

ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰী । আবু তাহেৰ বেপাৰীৰ নাম ঘোষণাত উৎফুল্লিত কংগ্ৰেছ কৰ্মী । কৰ্মীৰে ভৰি পৰিল বেপাৰীৰ ছাগলীয়া বাসভৱন ।

কংগ্ৰেছৰ প্ৰাৰ্থীত্বত উৎফুল্লিত সমৰ্থক
author img

By

Published : Mar 29, 2019, 9:45 PM IST

ধুবুৰী, 29 মাৰ্চঃ ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰীয়ে লাভ কৰাক লৈ উৎফুল্লিত কংগ্ৰেছ কৰ্মী ৷ আবু তাহেৰ বেপাৰী জিন্দাবাদ শ্ল’গানেৰে কপাই তুলে বেপাৰীৰ বাসভৱন ।

বিগত দহ বছৰত আজমলৰ কেৱল দিল্লী, মুম্বাই, বিদেশ ভ্ৰমণ কৰোতেই দিন গল কয় সমষ্টিত একো উন্নতি কৰা নাই বুলি মন্তব্য কৰে ধুবুৰীৰ কংগ্ৰেছ কৰ্মীয়ে । সেয়ে এই নিৰ্বাচনত চালানী আজমলক ধুবুৰীৰ পৰা একেবাৰেই বিদায় দিব বুলি উল্লেখ কৰে ৷

আবু তাহেৰ বেপাৰীৰ প্ৰাৰ্থিত্বক লৈ উৎফুল্লিত কংগ্ৰেছ কৰ্মীৰ

আনহাতে প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰী ২০০৬ আৰু ২০১১ চনৰ বিধানসভা নিৰ্বাচনত গোলকগঞ্জৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল । কিন্তু ২০১৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰিছিল প্ৰাক্তন বিধায়কজনে । কিন্তু প্ৰাৰ্থিত্ব লাভ নকৰাত পুনৰ কংগ্ৰেছত যোগদান কৰে । আবু তাহেৰ বেপাৰীৰ আগমনে আজমলৰ ভেটি খহাই এইবাৰ ধুবুৰীত কংগ্ৰেছ জয়ী হোৱাৰ তীব্ৰ সম্ভাৱনা দেখা পোৱা গৈছে । এতিয়া পৰৱৰ্তী সময়তে নিৰ্ধাৰণ হ’ব ধুবুৰীৰ শেষ বিজয়ৰ হাঁহি কোনে মাৰিব ৷

Intro: ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰী । বেপাৰীৰ নাম ঘোষনাত উৎফুল্লিত হৈ পৰিল কংগ্ৰেছ কৰ্মী । কৰ্মীৰে ভৰি পৰিল বেপাৰীৰ ছাগলীয়া বাসভৱন । আবু তাহেৰ বেপাৰী জিন্দাবাদ শ্লোগানেৰে কপাই,তুলিলে বেপাৰীৰ বাসভবন । কৰ্মীৰ দাবী বেপাৰী বিপুল ভোটত জিকিব । আজমলে দহ বছৰত একো উন্নতি কৰা নাই । সমষ্টিত নাাথাকে ব্যবসায়ৰ নামত দিল্লী মুম্বাই আৰু বিদেশত থাকে । এই বাৰৰ নিৰ্বাচনত চালানী আজমলক ধুবুৰীৰ পৰা একেবাৰেই বিদায় দিব ।
Body:প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰী ২০০৬ আৰু ২০১১ চনৰ বিধানসভা নির্বাচনত গোলকগঞ্জৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিবৰ্বাচিত হয় । কিন্তু ২০১৬ নিৰ্বাচনৰ পূর্বে কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰিছিল । কিন্তু প্ৰাৰ্থীত্ব লাভ নকৰাত পুনৰ কংগ্ৰেছত যোগদান কৰে । আবু তাহেৰ বেপাৰীৰ আগমনে আজমলৰ ভেটি খহাই কংগ্ৰেছৰ দখলত অনাৰ সম্ভাৱনা দেখা গৈছে ।
Byte: 1,2,3 কংগ্ৰেছ কৰ্মী ।Conclusion:ধুবুৰী লোকসভা সমষ্টিত বিগত পঞ্চায়ত নিৰ্বাচনত এআইডিএফ বেয়াকৈ বিপৰ্যস্ত হোৱাৰ বিপৰীতে পুনৰ উত্থান হয় কংগ্ৰেছৰ| তদুপৰি চালানী বুলিও আজমল বদনাম| এটা আছে | মুঠতে আজমলে এইবাৰ নিজ সমষ্টি ধৰি ৰখাটো সহজ সাধ্য হৈ থকা নাই

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.