ETV Bharat / state

ধুবুৰীত কংগ্ৰেছৰ বিশাল বাইক ৰেলী

author img

By

Published : Apr 19, 2019, 12:56 PM IST

পানবাৰীৰ পৰা ধুবুৰী সমষ্টিৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি ভাৰত বাংলা সীমান্তৰ গোলকগঞ্জ সমষ্টিৰ নালীয়া বেৰভাঙি লৈ কংগ্ৰেছৰ বিশাল বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে

ধুবুৰীত কংগ্ৰেছৰ বিশাল বাইক ৰেলী

ধুবুৰী, 19 এপ্ৰিলঃ ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ নিৰ্বাচনী প্ৰচাৰ। ধুবুৰীৰ গৌৰীপুৰ সমষ্টিৰ মাতিয়াবাগৰ পৰা বেপাৰীপট্টি হৈ বেগুণতলী, আশাৰীকান্দি, আলমগঞ্জ, পানবাৰী লৈ কংগ্ৰেছৰ বাইক ৰেলী । পানবাৰীৰ পৰা ধুবুৰী সমষ্টিৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি ভাৰত বাংলা সীমান্তৰ গোলকগঞ্জ সমষ্টিৰ নালীয়া বেৰভাঙি লৈ কংগ্ৰেছৰ বিশাল বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে । আনহাতে বাইক ৰেলীৰ পাচতে ধুবুৰীৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰে কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে । ইপিনে কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰে । লগতে ধুবুৰী লোকসভা সমষ্টিত এইবাৰ কংগ্ৰেছৰ জয় নিশ্চিত বুলি দাবী কৰি কংগ্ৰেছ প্ৰথম স্থানত থকাৰ বিপৰীতে আজমল তিনি নম্বৰত থাকিব বুলি উল্লেখ কৰে আবু তাহেৰ বেপাৰীয়ে।

SLUG- A_DHB_801_802_19APRIL_CONG_RALLY_VIS+BYTE_DHAHANUR
(Files send through MOJO )

    oc/vo:- ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ নিৰ্বাচনী প্ৰচাৰ। ধুবুৰীৰ গৌৰীপুৰ সমষ্টিৰ মাতিয়াবাগৰ পৰা বেপাৰীপট্টি হৈ বেগুণতলী, আশাৰীকান্দি, আলমগঞ্জ, পানবাৰী লৈ কংগ্ৰেছৰ বাইক ৰেলি। আনহাতে পানবাৰীৰ পৰা ধুবুৰী সমষ্টিৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি ভাৰত বাংলা সীমান্তৰ গোলকগঞ্জ সমষ্টিৰ নালীয়া বেৰভাঙি লৈ কংগ্ৰেছৰ বিশাল বাইক ৰেলিৰে নিৰ্বাচনী প্ৰচাৰ। বিশাল বাইক ৰেলিৰ পিছত ধুবুৰী সমষ্টিত এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰে কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে। ইপিনে কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে বদৰুদ্দিন আজমলক তীব্র সমালোচনা কৰে। আনহাতে ধুবুৰী লোকসভা সমষ্টিত এইবেলি কংগ্ৰেছৰ জয় নিশ্চিত বুলি দাবী কৰি কংগ্ৰেছ প্ৰথম স্থানত থকাৰ বিপৰীতে আজমল তিনি নম্বৰত থাকিব বুলি উল্লেখ কৰে আবু তাহেৰ বেপাৰীয়ে।

 ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.