ETV Bharat / state

ছাগলীয়াত 5 খন বাৰ্মিচ চুপাৰি কঢ়িওৱা ট্ৰাক জব্দ - অসম-বংগ সীমান্ত

শনিবাৰে অসম-বংগ সীমান্তৰ ছাগলীয়াত পাঁচখন ছুপাৰী কঢ়িওৱা ট্ৰাক জব্দ । জব্দকৃত ট্ৰাক কেইখনৰ নম্বৰ NL 02/2315, AS 19AC/1261, AS 01LC/4675, AS 19 AC/2681, AS 16C/4006 । ৰাইজৰ অভিযোগৰ ভিত্তিত ছাগলীয়া আৰক্ষীয়ে জব্দ কৰে ট্ৰাক কেইখন ।

ছাগলীয়াত 5 খন বাৰ্মিচ চুপাৰি কঢ়িওৱা ট্ৰাক জব্দ
author img

By

Published : Aug 24, 2019, 9:37 PM IST

ধুবুৰী,24আগষ্টঃ শনিবাৰে অসম-বংগ সীমান্তৰ ছাগলীয়াত আৰক্ষীয়ে জব্দ কৰে পাঁচখন ছুপাৰী কঢ়িওৱা ট্ৰাক । এই জব্দকৃত ট্ৰাককেইখনৰ বেছি সংখ্যকেই অৰুণাচল হৈ গুৱাহাটীৰ মাজেৰে আহি অসম-বংগ সীমান্তৰ ছাগলীয়াৰ এইচ পি পেট্ৰল পাম্পত আহি উপস্থিত হয় । ইপিনে ছাগলীয়াৰ এইচ পি পেট্ৰল পাম্পত কোনো বৈধ নথিপত্ৰ নথকা ছুপাৰী ভৰ্তি ট্ৰাক থকাৰ খবৰ ৰাইজে দিয়ে ছাগলীয়া আৰক্ষীক । ৰাইজৰ খবৰৰ ভিত্তিত ছাগলীয়া আৰক্ষী উপস্থিত হৈ পাঁচ খনকৈ ছুপাৰী ভৰ্তি ট্ৰাক জব্দ কৰে যদিও আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলায়ন কৰে বহু কেইখন ট্ৰাকে । এই জব্দকৃত ট্ৰাক কেইখনৰ নম্বৰ ক্ৰমে NL 02/2315, AS 19AC/1261, AS 01LC/4675, AS 19 AC/2681, AS 16C/4006 ৷ উল্লেখ্য যে, আৰক্ষীয়ে জব্দ কৰা NLO2N 2315 নম্বৰৰ ট্ৰাকখন চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত লোড হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

ইতিমধ্যে ছাগলীয়া আৰক্ষীয়ে ট্ৰাক কেইখনৰ নথিপত্ৰ পৰীক্ষা কৰি অব্যাহত ৰাখিছে ছুপাৰী ট্ৰাকৰ বিৰুদ্ধে অভিযান ৷

Intro:অসম বংগ সীমান্তৰ ছাগলীয়া ত পাচখন সুপাৰী কঢ়িওৱা ট্ৰাক জব্দ । জব্দকৃত ট্রাক সমুহৰ নম্বৰ NL 02/2315, AS 19AC/1261, AS 01LC/4675, AS 19 AC/2681, AS 16C/4006 । ৰাইজৰ অভিযোগৰ ভিত্তিত ছাগলীয়া আৰক্ষীয়ে জব্দ কৰে ট্ৰাক সমুহ ।
Body:
V/O- জানিব পৰা মতে আজি একেলগে বহু ছুপাৰি ভৰ্তি ট্ৰাক আহি ছাগলীয়াত উপস্থিত হয় । ট্ৰাক সমূহৰ বেছিভাগ ট্ৰাক আহিছে অৰুনাচল হৈ গুৱাহাটীৰ মাজেৰে আহি উপস্থিত হয় ছাগলীয়াত । ছাগলীয়াৰ অসম-বংগ সীমান্তৰ এইচ পি পেট্ৰল পাম্পত আহি উপস্থিত হয় ট্ৰাক সমূহ । ছুপাৰিৰ এনে বহু ট্ৰাক ছাগলীয়াৰ HP পেট্ৰল পাম্পত কোনো বৈধ নথি পত্ৰ নথকা ছুপাৰি ভৰ্তি ট্ৰাক থকাৰ খবৰ ৰাইজে দিয়ে ছাগলীয়া আৰক্ষীক । ছাগলীয়া আৰক্ষীৰ উপস্থিত হৈ পাচ খনকে ছুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰে যদিও আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলায়ন কৰে বহু কেইখন ট্ৰাক । ছাগলীয়া আৰক্ষীয়ে ট্ৰাক কেইখনৰ নথি পত্ৰ পৰীক্ষা কৰি থকা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে  ।  ইফালে ট্ৰাক কেইখনৰ চালান মতে অৰুনাচলৰ পৰা উত্তৰ প্ৰদেশ যাব লাগিছিল । কিন্তু চালকে ট্ৰাক কেইখন পশ্চিম বংগৰ ফালাকাটাত খালি হব বুলি সংবাদ মাধ্যমক জনায় ।
V/O- আৰক্ষীয়ে জব্দ কৰ NLO2N 2315 নম্বাৰৰ ট্ৰাকখন চুবুৰীয়া ৰাষ্ট্ৰ ম্যায়ান মাৰত লোড হোৱা বুলি জনায় সংবাদ মাধ্যমক । byte - driverConclusion:ৰাইজৰ সহযোগত চুপাৰি কঢ়িওৱা ট্ৰাক কেইখন আটক হয় যদিও ইয়াৰ লগত জড়িত চক্ৰটোক.আটক কৰিবলৈ কিমান দূৰ সফল হয় সেয়াই লক্ষনীয়
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.