ETV Bharat / state

ধুবুৰী জিলাৰ ছাগলীয়াত জব্দ চোৰাং তেল কঢ়িওৱা টেংকাৰ

অভিযোগ মতে টেংকাৰ দুখনে কঢ়িওৱা খাৰুৱা তেল নথি-পত্র বিহীন। আনহাতে এটা চোৰাং চক্রই ছাগলীয়াৰে বহি:ৰাজ্যলৈ অবৈধ ভাৱে প্রেৰণ কৰি আহিছে খাৰুৱা তেল। ৰাইজৰ অভিযোগ অনুসৰি ছাগলীয়া আৰক্ষীৰো ভূমিকা সন্দেহজনক ।

author img

By

Published : Jun 28, 2019, 11:50 PM IST

ধুবুৰী জিলাৰ ছাগলীয়াত জব্দ চোৰাং তেল কঢ়িওৱা টেংকাৰ

ধুবুৰী, 28 জুনঃ বৃহস্পতিবাৰ নিশা ছাগলীয়াত জব্দ দুখন চোৰাং খাৰুৱা তেলৰ টেংকাৰ। ছাগলীয়া এইচ পি পাম্পৰ পৰা আক্ৰাছুৱে আটক কৰে টেংকাৰ দুখন। কিন্তু ৰহস্যজনকভাৱে আৰক্ষীয়ে নিশাই টেংকাৰ দুখন এৰি দিয়ে যদিও পুনৰ আক্ৰাছুৱে আৰক্ষীক ধৰাই দিয়ে টেংকাৰ দুখন ৷ এইবাৰ আকৌ আমিনুৰ নামৰ হেণ্ডিমেনজনৰ বাহিৰে ৰহস্যজনকভাৱে আৰক্ষীৰ জিম্বাৰ পৰা পলায়ন কৰে টেংকাৰৰ দুজন ট্ৰাক চালকসহ হেণ্ডিমেন।

ধুবুৰী জিলাৰ ছাগলীয়াত জব্দ চোৰাং তেল কঢ়িওৱা টেংকাৰ

উল্লেখ্য যে আৰক্ষীৰ হাতৰ পৰা অন্তৰ্ধান হোৱা চালক কেইজনে নিশা প্ৰদান কৰা স্বীকাৰোক্তি অনুসৰি তিনিচুকীয়াৰ পৰা শিলিগুৰি অভিমুখী গৈ আছিল জব্দ কৰা টেংকাৰ দুখন। জব্দকৃত টেংকাৰ দুখনৰ নম্বৰ "NL-02Q-6276 আৰু NL-02L-8022" । অভিযোগ মতে টেংকাৰ দুখনে কঢ়িওৱা খাৰুৱা তেল নথি-পত্র বিহীন। আনহাতে এটা চোৰাং চক্রই ছাগলীয়াৰে বহি:ৰাজ্যলৈ অবৈধ ভাৱে প্রেৰণ কৰি আহিছে খাৰুৱা তেল। ৰাইজৰ অভিযোগ অনুসৰি ছাগলীয়া আৰক্ষীৰো ভূমিকা সন্দেহজনক।

Intro:বৃহস্পতিবাৰ নিশা ধুবুৰী জিলাৰ ছাগলীয়াত আটক হল দুখন চোৰাং তেল কঢ়িওৱা টেংকাৰ| আক্ৰাছুয়ে ধৰি গতালে ছাগলীয়া আৰক্ষীক | আৰক্ষীয়ে নিশাতে এৰি দিয়াৰ চেষ্টা কৰিও বিফল |
Body: বৃহস্পতিবাৰ নিশা আক্ৰাছুয়ে চোৰাং খাৰুৱা তেলৰ দুখনকৈ টেংকাৰ আটক কৰি গতালে ছাগলীয়া আৰক্ষীক । ছাগলীয়া এইচ পি পাম্পৰ পৰা আক্ৰাছুয়ে আটক কৰে টেংকাৰ দুখন । কিন্তু ৰহস্যজনক ভাৱে নিশাই টেংকাৰ দুখন এৰি দিয়ে যদিও পুনৰ আৰক্ষীক ধৰাই দিয়ে আক্ৰাছুয়ে| এইবাৰ আকৌ ৰহস্যজনক ভাৱে আৰক্ষীৰ কবলৰ পৰা পলায়ন কৰে দুজন ট্ৰাক চালক সহ তিনিজ । অকল আমিনুৰ নামৰ হেণ্ডিমেনজন বৰ্তমান আৰক্ষীয়ে আটক হাতত । আক্ষীৰ হাতৰ পৰা অন্তৰ্ধান হোৱা চালকে নিশা স্বীকাৰোক্তি দিছে টেংকাৰ দুখন গুৱাহাটীৰ পৰা শিলিগুৰি অভিমুখী গৈ আছিল । জব্দকৃত টেংকাৰ দুখনৰ নম্বৰ NL 02 Q/6276 আৰু NL 02 L/8022 । অভিযোগ মতে টেংকাৰ দুখনে কঢ়িওৱা খাৰুৱা তেলৰ কোনো নথি-পত্র নাই । এটা চোৰাং চক্রই ছাগলীয়াৰে বহি:ৰাজ্যলৈ অবৈধ ভাৱে খাৰুৱা তেল প্রেৰন কৰি আহিছে । ছাগলীয়া আৰক্ষীৰো ভুমিকা সন্দেহজনক ।
Byte 1, 2 আক্ৰাছু নেতা । 3 চালকConclusion:সমগ্ৰ ঘটনাৰ তদন্ত কৰি দোষীৰ শাস্তিৰ দাবী স্থানীয় ৰাইজৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.