ETV Bharat / state

চাপৰত জনতাৰ দিন উদযাপন

author img

By

Published : Jan 1, 2021, 4:40 PM IST

আজি পূৱ বিলাসীপাৰাৰ চাপৰত উদযাপন কৰা হয় 'জনতাৰ দিন' ৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা শৰৎ চন্দ্ৰ সিংহৰ ১০৮ তম জন্মদিন উপলক্ষে আয়োজন কৰা হয় এই দিৱসৰ ৷

Celebrating People's Day under pressure bilashipara
চাপৰত জনতাৰ দিন উদযাপন

পূব বিলাসীপাৰা,1জানুৱাৰী: আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন ৷ এই দিনটো সমগ্ৰ অসমতে উদযাপন কৰা হয় জননেতা দিৱস হিচাপে ৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা শৰৎ চন্দ্ৰ সিংহৰ ১০৮ তম জন্মদিন উপলক্ষে সমগ্ৰ অসমতে আজিৰ দিনটো পালন কৰা হয় জনতাৰ দিন হিচাপে ৷

চাপৰত জনতাৰ দিন উদযাপন

এই দিনটোৰ লগত সংগতি ৰাখি আজি পূব বিলাসীপাৰাৰ চাপৰত জননেতা গৰাকীৰ স্মৃতি ৰক্ষা সমিতি আৰু ৰত্নপীঠ মহাবিদ্যালয়ৰ পৰিয়ালে আয়োজন কৰে জননেতা দিৱস ৷ জননেতা গৰাকীৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পন কৰি এখন স্মৃতি চাৰণ সভাৰো আয়োজন কৰা হয় ৷ সভাত চাপৰ অঞ্চলৰ বহু সমাজকৰ্মী, মহাবিদ্যালয় অধ্যাপক, অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷

অন্য এক খবৰৰ বাবে: ব্যতিক্ৰমী কৌশলেৰে বীজ সংৰক্ষণ কৰি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি মহান বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.