ETV Bharat / state

চোৰাং গৰুৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত

অসম বংগ সীমান্তৰ ছাগলীয়াৰ পৰা চৈধ্যটাকৈ গৰু কঢ়িয়াই অনা AS 17 C 0346 নম্বৰৰ বলেৰ' পিক আপ ভান খনে গোলকগঞ্জৰ বাইপাছত খুন্দিয়াই AS 17 A 3609 নম্বৰৰ বাইক আৰোহী বাবুলাল ৰায়ক ৷ পাচত বাইক আৰোহীক গোলকগঞ্জ প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও সম্প্ৰতি সংকট জনক বুলি জানিব পৰা গৈছে ৷

ETV BHARAT
author img

By

Published : Jul 19, 2019, 5:18 PM IST

ধুবুৰী,19 জুলাই : প্ৰবল বানপানীৰ মাজতো ধুবুৰীত অব্যাহত গৰুৰ ৰমৰমীয়া বেহা ৷ ৰাষ্ট্ৰীয় ঘাইপথত দৌৰাত্ম্য গৰুৰ কঢ়িওয়া গাড়ীৰ ৷ গৰুৰ এনে বেহা আৰু দৌৰাত্ম্যত সংঘটিত হ'ল গোলকগঞ্জত পথ দুৰ্ঘটনা ৷ কথমপি ৰক্ষা পৰে এজন বাইক আৰোহীৰ ৷

চোৰাং গৰুৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত

অসম বংগ সীমান্তৰ ছাগলীয়াৰ পৰা চৈধ্যটাকৈ গৰু কঢ়িয়াই অনা AS 17 C 0346 নম্বৰৰ বলেৰ' পিক আপ ভান খনে গোলকগঞ্জৰ বাইপাছত খুন্দিয়াই AS 17 A 3609 নম্বৰৰ বাইক আৰোহী বাবুলাল ৰায়ক ৷ পাচত বাইক আৰোহীক গোলকগঞ্জ প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও সম্প্ৰতি সংকট জনক বুলি জানিব পৰা গৈছে ৷ ইপিনে পথৰ দাঁতিত পৰি যোৱা গৰু কঢ়িওয়া ব'লেৰ পিক আপ ভেনৰ পৰা 14 টাকৈ গৰু উদ্ধাৰ কৰা হয় ৷নিশা চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষী তৎপৰ হৈ পৰাৰ পাচতে বেপাৰী সকলে দিনৰ ভাগতে অব্যাহত ৰাখিছে ব্যৱসায় ৷

Intro: প্ৰবল বানপানীৰ মাজতো ধুবুৰীত অব্যাহত গৰুৰ ৰমৰমীয়া বেয়া ৷ ৰাস্টীয় ঘাই পথেৰে দৌৰাত্ম গৰুৰ কঢ়িওয়া গাড়ীৰ ৷ Body: গৰুৰ এনে বেহা আৰু দৌৰাত্মত সংঘটিত হল গোলকগঞ্জত পথ দূৰ্ঘটনা ৷ কথমপি ৰক্ষা এজন বাইক আৰোহীৰ ৷ অসম বংগ সীমান্তৰ ছাগলীয়াৰ পৰা আহি থকা AS 17 C 0346 নম্বৰৰ বলেৰ পিক আপ খনে কঢ়িয়াই আনিছিল চৈধ্যটাকৈ গৰু ৷ ছাগলীয়াৰ পৰা আহি থাকোতে গোলকগঞ্জৰ বাইপাছত খুন্দিয়ায় বাইক আৰোহী বাবুলাল ৰায়ক ৷ গোলকগঞ্জলৈ প্ৰবেশ কৰি থাকোতে AS 17 A 3609 নম্বৰৰ বাইক আৰোহীক খুন্দিয়াই পথৰ দাতিত পেলাই দিয়ে ৷ পিছত বাইক আৰোহীক গোলকগঞ্জ প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰন কৰা হয় ৷ সম্প্ৰতি সংকট জনক বুলি জনা যায় ৷ ইপিনে পথৰ দাতিত পৰি যোৱা গৰু কঢ়িওয়া বলেৰ পিক আপ ভেনৰ পৰা ১৪ টাকৈ গৰু উদ্ধাৰ কৰা হয় ৷৷

BITE - POLICE

Conclusion:নিশা চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষী তত্পৰ হৈ উঠাৰ পিছত বেপাৰী সকলে দিনৰ ভাগতে ব্যৱসায় অব্যাহত ৰাখিছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.